নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত চোৰাং গৰু কঢ়িওৱা বাহন দুৰ্ঘটনাত পতিত

মৰিগাঁও-নগাঁও সংযোগী ৰাজ্যিক ঘাইপথৰ দাঁতিৰ দলবাৰীত আজি কাহিলিপুৱাতে এখন চোৰাং গৰু কঢ়িওৱা বাহন দুৰ্ঘটনাত পতিত হয়। প্ৰাপ্ত তথ্য মতে, এএছ-০১ ইউচি-০২২১ নম্বৰৰ এখন বাহন কেইটামান চোৰাং গৰু কঢ়িয়াই নগাঁও অভিমুখে গৈ আছিল। পুৱা প্ৰায় ৫ মান বজাত…

পিঅ’কে–অক্সাই চীন ভাৰতৰ অবিচ্ছেদ্য অংগ, ভাৰতৰ নতুন মানচিত্র প্রকাশ হোৱাইট হাউছৰ

নিউজ ডেস্ক, ৮ ফেব্রুৱাৰী : দীর্ঘদিনীয়া আলোচনা আৰু বাদ–বিবাদৰ পিছত বাণিজ্য চুক্তি স্বাক্ষৰ প্রক্রিয়াৰ আনুষ্ঠানিক বিবৃতি প্রকাশৰ সময়তে আমেৰিকাই প্রকাশ কৰা ভাৰতৰ নতুন মানচিত্রত দুই চুবুৰীয়া দেশৰ বিবদমান ভূ–খণ্ডক অন্তর্ভুক্ত কৰিছে৷ সেই অনুসৰি…

চাৰিদুৱাৰ ভকতগাঁৱৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ নৱনিৰ্মিত বাটচ’ৰা মুকলি

শোণিতপুৰৰ চাৰিদুৱাৰৰ ভকতগাঁওস্থিত তিনিশ বছৰ গৰকা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দক্ষিণপাট শাখা সত্ৰৰ নৱনিৰ্মিত বাটচ'ৰাখন আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। সত্ৰখনৰ বাটচ'ৰাখন নিজা খৰচেৰে নিৰ্মাণ কৰি দিছে ভকতগাঁৱৰ বাসিন্দা প্ৰতাপ বৰাৰ জ্যেষ্ঠ…

২০ টকাৰ বাবে ৩০ বছৰৰ কাৰাদণ্ড, নির্দোষী প্রমাণিত হোৱাৰ পিছদিনাই মৃত্যু বৃদ্ধৰ

নিউজ ডেস্ক, ৮ ফেব্রুৱাৰী : ২০ টকা উৎকোচ লোৱাৰ অভিযোগত ৩০ বছৰৰ কাৰাদণ্ড ভুগিছিল গুজৰাটৰ এজন প্রৌঢ়ই৷ ৪ ফেব্রুৱাৰীত নির্দোষী ঘোষণা কৰাৰ এদিন পিছতে আকস্মিকভাৱে মৃত্যু হয় বাবু ভাই প্রজাপতি নামৰ লোকজনৰ৷ গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া এক ৰায়দানত বাবু…

এখন ফটোৰ পৰা পোহৰলৈ আহিছিল গৌৰৱ গগৈৰ পাকিস্তান লিংক : মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

ডিজিটেল ডেস্ক, ৮ ফেব্ৰুৱাৰী : অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত। আজি পুৱা প্ৰায় ১০.৩০ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক' সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলখনত গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ…

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ অন্তিম দিনা বিশাল সাংস্কৃতিক শোভাযাত্ৰা

শোণিতপুৰৰ নদুৱাৰ সমষ্টিৰ নাহৰবাৰীৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত শোণিতপুৰ জিলা শাখাৰ আতিথ্যত ৬ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিনা অধিৱেশনস্থলীত নিৰ্ধাৰিত কাৰ্যসূচী…

ভাৰতীয় দললৈ ৭.৫ কোটিৰ নগদ পুৰস্কাৰ ঘোষণা বিচিচিআইৰ

নিউজ ডেস্ক, ৮ ফেব্রুৱাৰী : শুকুৰবাৰে ইংলেণ্ডক ফাইনেলত পৰাস্ত কৰি ১৯ অনূর্ধ্ব এদিনীয়া বিশ্বকাপত চেম্পিয়নৰ সন্মান লাভ কৰা ভাৰতীয় ক্রিকেট দলটোক ৭.৫ কোটি টকাৰ পুৰস্কাৰ প্রদানৰ কথা ঘোষণা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ বিচিচিআইৰ সম্পাদক…

ভাৰতৰ ওপৰত আৰোপিত শাস্তিমূলক শুল্ক সম্পূর্ণ প্রত্যাহাৰ আমেৰিকাৰ

নিউজ ডেস্ক, ৮ ফেব্রুৱাৰী : ভাৰত আৰু আমেৰিকাই অন্তর্ৱর্তীকালীন বাণিজ্য চুক্তি সন্দর্ভত এক যৌথ বিবৃতি প্রকাশ কৰে৷ সমান্তৰালভাৱে চুক্তিখনৰ ৰূপৰেখাও প্রকাশ কৰা হৈছে৷ সেই অনুসৰি এতিয়াৰ পৰা ভাৰতীয় সামগ্রীৰ ওপৰত আমেৰিকাৰ শুল্ক ১৮ শতাংশলৈ হ্রাস কৰা…

জোনাই বজাৰত বিধ্বংসী অগ্নিকাণ্ড, ব্যৱসায়িক প্ৰতিষ্ঠান-আৱাসগৃহ ভস্মীভূত

ডিজিটেল ডেস্ক, ৮ ফেব্ৰুৱাৰী : জোনাই বজাৰত আজি পুৱতি নিশা প্ৰায় ২ বজাত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত দহখনতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান আৰু আৱাসগৃহ ভস্মীভূত হয়। হনুমান মন্দিৰৰ বিপৰীত দিশত থকা এখন দোকানৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি জানিব…

স্পেইনত অসম কন্যা লাভলীনা বৰগোহাঁইৰ সোণৰ পদক অৰ্জন

ডিজিটেল ডেস্ক, ৮ ফেব্ৰুৱাৰী : স্পেইনত স্বৰ্ণ পদক অৰ্জনেৰে উজলিল অসম কন্যা লাভলীনা বৰগোহাঁই। বক্সাম এলিট ইণ্টাৰনেচনেল বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰে লাভলীনা বৰগোহাঁয়ে। ৭৫ কেজি শাখাত ইংলেণ্ডৰ মেৰী স্মিথক পৰাস্ত কৰি সোণৰ পদক লাভ কৰে…