নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানসিক বিকাৰগ্রস্ত যুৱতীৰে অপকৰ্মক লৈ উত্তপ্ত কোকৰাঝাৰ, ৰফিকুলক চৰম শাস্তিৰ দাবী

কোকৰাঝাৰ সদৰ চহৰৰ পাথৰঘাটত মানসিক বিকাৰগ্রস্ত এগৰাকী যুৱতীক মুছলমান সম্প্রদায়ৰ এজন লোকে অপকৰ্ম কৰা ঘটনাক লৈ কোকৰাঝাৰ উত্তপ্ত হৈ পৰে৷ ধুবুৰী জিলাৰ চাপৰ নিৱাসী তথা আছাম এজেঞ্চী নামৰ নির্মাণ সংস্থাৰ মহৰি হিচাপে কোকৰাঝাৰৰ পাথৰঘাটত কর্মৰত ৰফিকুল…

মিছকল দি ৰাইজে দিয়ক বিজেপিক পৰামর্শ, ভোটাৰৰ মতামতৰ বাবে অভিনৱ পদক্ষেপ

ডিজিটেল ডেস্ক, ১১ জানুৱাৰী : বিধানসভা নির্বাচনৰ বাবে প্রস্তুতি সম্পূর্ণ কৰিলে ৰাজ্যিক বিজেপিয়ে৷ নির্বাচনক লক্ষ্য কৰিয়েই বাজপেয়ী ভৱনৰ পৰা আৰম্ভ হ’ল এক বিশেষ যাত্রা৷ বিজেপিৰ সংকল্প প্রস্তুতিৰ বাবেই শাসকীয় দলটোৱে আৰম্ভ কৰিলে ‘আকাংক্ষা…

ভোগৰ উৎসৱ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চুঙাজানত

ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ দুটা দিন বাকী থকাৰ সময়তে চুঙাজানসহ সৰুপথাৰ সমজিলাৰ বিভিন্ন গাঁৱত আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। পুহ মাহৰ অন্তিম সময় আৰু মাঘৰ আগমনৰ লগে লগে গাঁওসমূহত বিয়পি পৰিছে উৎসৱৰ জোৱাৰ। ভোগালী বিহু উপলক্ষে গাঁওবাসীৰ…

সেউজ ধুবুৰী গঢ়াৰ সপোনক সাকাৰ ৰূপ দিয়াত ব্যস্ত ধুবুৰীৰ কালিদাস সাহা

দুৰাৰোগ্য কৰ্কট ৰোগেও পৰাভূত কৰিব পৰা নাই তেওঁক। বিগত ১৮ বছৰৰ পৰা সেউজ ধুবুৰী গঢ়াৰ লক্ষ্যৰে নীৰৱে, নিৰলসে কাম কৰি আছে তেওঁ। ধুবুৰী চহৰৰ সকলোৰে অতি চিনাকি মুখ তেওঁ; কালিদা, কালিদাস সাহা। ২০০৬ বৰ্ষত অকস্মাতে সাহাৰ দেহত ধৰা পৰিছিল কৰ্কট ৰোগ।…

১১ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ১১ জানুৱাৰী, পুহ মাহৰ ২৬ তাৰিখ, দেওবাৰ মেষ : পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ যাত্রা কৰোঁতে সাৱধান হ’ব৷ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত৷ কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৩৷ বৃষ : সামাজিক সুনাম হানি হোৱাৰ আশংকা৷…

যোৰহাটত আলফাৰ নামত ব্যৱসায়ীক ধন দাবী 

যোৰহাটত আলফাৰ নামত ব্যৱসায়ীক ধন দাবী কৰাৰ এক ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ব্যৱসায়ীজনক বিভিন্ন সময়ত কৰা ধন দাবী আৰু ভাবুকি ইমানেই অতীষ্ট হৈ পৰিছে যে ব্যৱসায়ীগৰাকী আৰু পৰিয়াল নিৰাপত্তাহীনতাত ভুগি যোৰহাট এৰি যোৱাৰ কথা চিন্তা…

কণ্ঠশিল্পী ববিতা শৰ্মাৰ ধিপিংকৈ মাৰিলে শীৰ্ষক গীতৰ শুভমুক্তি

মাঘ বিহুৰ প্ৰাকক্ষণত ৰাজ্যখনৰ সাংস্কৃতিক প্ৰেমী ৰাইজৰ বাবে এটি ভাল খবৰ। বি এচ মিউজিকেলৰ নিবেদনত মুক্তি লাভ কৰিলে ববিতা শৰ্মাৰ বিহুগীত "ধিপিংকৈ মাৰিলে"। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ববিতা শৰ্মাই কণ্ঠদান কৰা এটি বিহুগীত শনিবাৰে শুভমুক্তি লাভ…

চীনৰ সংস্থাৰ ওপৰত বাধা নিষেধ প্রত্যাহাৰ ভাৰতৰ, বাণিজ্যিক সম্পর্ক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্য

নিউজ ডেস্ক, ১০ জানুৱাৰী : ভাৰত আৰু চীনৰ মাজৰ বাণিজ্যিক সম্পর্ক পুনৰুজ্জীৱিত কৰিবলৈ বিচাৰিছে কেন্দ্রীয় চৰকাৰে৷ ইয়াৰ লগতে কেন্দ্রীয় চৰকাৰৰ লক্ষ্য সীমান্তৰ উত্তেজনা প্রশমন কৰা৷ সেইবাবে চৰকাৰী চুক্তিৰ ক্ষেত্রত চীনৰ সংস্থাৰ ওপৰত থকা কেইবাটাও…

মুক্তিৰ প্ৰথম দিনাই ‘ধুৰন্ধৰ’ক পিছ পেলালে ‘দ্য ৰাজা চাব’-এ

দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ বহুল প্ৰত্যাশিত ছবি ‘দ্য ৰাজা চাব’-এ অৱশেষত ছবিগৃহত মুক্তি লাভ কৰিছে। যোৱা ৯ জানুৱাৰীত মুক্তি পোৱা এই ছবিখনে মুক্তিৰ প্ৰথমদিনাই বক্স অফিচত শক্তিশালী আৰম্ভণি কৰি সকলোকে চমকিত কৰিছে। মাৰুথি পৰিচালিত এই ভৌতিক-কমেডী…

নিজে অধ্যয়ন কৰা বিদ্যালয়ত ভৰি থৈ আৱেগিক প্ৰৱাসী বিজ্ঞানী

"মই কৰ্মসূত্ৰে আমেৰিকাত থাকো যদিও মোৰ হৃদয়খন সদায়ে মোৰ জন্মভূমি অসমতে আছে।"- হাইস্কুলীয়া জীৱন পাৰ কৰা নিজৰ আপোন বিদ্যালয়খনত ভৰি থৈ এই আৱেগিক মন্তব্য প্ৰবাসী অসমীয়া বিজ্ঞানী ভৱানী শৰ্মাৰ। মহাকাশচাৰী সুনীতা উইলিয়ামছক পৃথিৱীলৈ ওভতাই অনা…