ডা: জয়ন্ত কুমাৰ চমুৱালৈ ‘এছ’চিয়েট ফেল’শ্বিপ অৱ দ্য একাডেমী’ সন্মান
পশু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত বিভিন্নধৰণৰ গৱেষণামূলক আৱিষ্কাৰেৰে বৰ্তমান নাগালেণ্ডৰ ৰাষ্ট্ৰীয় মেথোন গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী হিচাপে কৰ্মৰত ঢকুৱাখনা সু-সন্তান ডা: জয়ন্ত কুমাৰ চমুৱাই ৰাষ্ট্ৰীয় পশু চিকিৎসা বিজ্ঞান একাডেমীৰ সন্মানীয়…