নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ ক্রিকেট দল

নিউজ ডেস্ক, ৫ জানুৱাৰী : বাংলাদেশী খেলুৱৈ মুস্তাফিজুৰ ৰহমানক কলকাতা নাইট ৰাইডার্ছৰ পৰা বাদ দিয়াক কেন্দ্র কৰি তুমুল বিতর্কৰ সূত্রপাত হৈছে৷ বাংলাদেশ ক্রিকেট ব’র্ডে দেশখনৰ অন্তর্ৱর্তীকালীন চৰকাৰৰ নির্দেশনা মানি লৈ আগন্তুক টি–২০ বিশ্বকাপৰ ভাৰতত…

নিশা শোৱাপাটীৰ পৰাই উঠাই আনিছিল ভেনিজুৱেলাৰ ৰাষ্ট্রপতিক

নিউজ ডেস্ক, ৫ জানুৱাৰী : ভেনিজুৱেলাত মার্কিন ডেল্টা বাহিনী–নাইট ষ্ট’কার্ছ হেলিকপ্টাৰ ইউনিটে চলোৱা ৰুদ্ধশ্বাস অভিযানৰ বর্ণনা দিলে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ ফ্ল’ৰিডাৰ মাৰ–আ–লাগত সংবাদ মেল পাতি ৰাষ্ট্রপতি ট্রাম্পে সদৰী কৰা অনুসৰি দক্ষিণ…

আমেৰিকাৰ ভয়ংকৰ এয়াৰ ষ্ট্রাইকৰ পিছত ভেনিজুৱেলাত তীব্র আতংকত প্রবাসী ভাৰতীয়

নিউজ ডেস্ক, ৫ জানুৱাৰী : আমেৰিকাৰ ভয়ংকৰ এয়াৰ ষ্ট্রাইকত ভেনিজুৱেলাৰ গুৰুত্বপূর্ণ আন্তঃগাঁথনিৰ সমান্তৰালভাৱে বিদ্যুৎ গ্রিডৰ ব্যাপক ক্ষতিসাধন হৈছে৷ পৰিণতিত আজিও ৰাজধানী কাৰাকাছকে ধৰি বিভিন্ন প্রান্ত ডুব গৈ আছে অন্ধকাৰত৷ বিকল যোগাযোগ ব্যৱস্থাও৷…

জুবিনৰ কষ্টোপার্জিত ধনেৰে সম্পত্তিৰ পাহাৰ গঢ়িছিল মেনেজাৰ সিদ্ধাৰ্থে

ডিজিটেল ডেস্ক, ৫ জানুৱাৰী : প্রিয় শিল্পীক অন্ধকাৰত ৰাখি তেওঁৰেই কষ্টোপার্জিত ধনেৰে সম্পত্তিৰ পাহাৰ গঢ়িছিল মেনেজাৰ সিদ্ধার্থ শর্মাই৷ জুবিন গার্গৰ হত্যাকাণ্ডৰ গোচৰ ছেছন আদালতত চলি থকাৰ সময়তে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ উল্লেখ্য যে ৰাজ্য…

সম্পাদকীয় : গ্ৰন্থমেলা বতৰৰ চিন্তা

অসমত এতিয়া গ্রন্থমেলাৰ বতৰ৷ ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন ঠাইত এই সময়ছোৱাতে গ্রন্থমেলাৰ আয়োজন কৰাটো সম্প্রতি যেন এক পৰম্পৰাত পৰিণত হৈছে৷ ইতিপূর্বে কোনো কোনো ঠাইত ছেগা–চোৰোকাকৈ গ্রন্থমেলাৰ অনুষ্টুপীয়া আয়োজন হৈছিল যদিও বৃহৎ আকাৰত আৰু…

৫ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ৫ জানুৱাৰী, পুহ মাহৰ ২০ তাৰিখ, সোমবাৰ মেষ : চিন্তাই আপোনাৰ কর্মত আহুকালৰ সৃষ্টি কৰিব৷ শৰীৰৰ প্রতি নজৰ ৰাখক৷ প্রিয় লোকৰ কোনো কথাত সন্তুষ্ট নহ’ব৷ বৃষ : কর্মৰ ওপৰত বিশ্বাস থাকিব৷ কোনো কাৰণে বিৰক্ত ভাব আহিব পাৰে৷ আর্থিক আমদানিৰ লগতে খৰচৰ…

বৰভাগৰ বৰকুৰিহাত আন্তঃৰাষ্ট্ৰীয় সত্ৰাধিকাৰ সমাৰোহ

'আধ্যাত্মিক চিন্তা অবিহনে এখন সমাজ সুস্থিৰ নহয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰি ধৰিছিল। এই ধৰ্মৰ মূল বিষয় আছিল এক ঈশ্বৰবাদ। একমাত্ৰ কৃষ্ণ কথাৰে সমাজত আধ্যাত্মিক চিন্তাৰে সমাজখনত জ্ঞানৰ পোহৰ বিলাইছিল । ধৰ্ম প্ৰচাৰৰ…

৫ জানুৱাৰীৰ পৰা ছয়দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলা

কাইলৈৰ পৰা ছয়দিনীয়াকৈ অনুষ্ঠিত হ'ব ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলা। ঢকুৱাখনা ৰাজহুৱা খেলপথাৰৰ পৰিৱৰ্তে এইবেলি নৱনিৰ্মিত দিবা-নৈশ বাছ আস্থানলৈ এই গ্ৰন্থমেলা স্থানান্তৰিত কৰা হৈছে। ১০ জানুৱাৰীলৈ চলিবলগীয়া এইবাৰৰ ঢকুৱাখনা গ্ৰন্থমেলাত অসম তথা…

হাতীঘুলি মজলীয়া বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ লাইখুঁটা স্থাপন

১৯৫২ চনত প্ৰতিষ্ঠা লাভ কৰা শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত হাতীঘুলি মজলীয়া বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানটো অহা ১৭ আৰু ১৮ জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব ৷ এই উপলক্ষে ২ জানুৱাৰীত এক মাংগলিক পৰিৱেশত লাইখুঁটা স্থাপন কৰা…

প্ৰবীণ সাংবাদিক-বুদ্ধিজীৱী হাইদৰ হুছেইনক ‘চুকাফা সমন্বয় সাংস্কৃতিক বঁ‌টা’ প্ৰদান

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এখন বিশেষ কাৰ্যনিৰ্বাহক সভা আজি নলবাৰী আইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাইৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁ‌ত ধৰে সাধাৰণ সম্পাদক বিজন…