মেঘালয়ৰ বিশিষ্ট চিত্র-ভাস্কর্য শিল্পী প্রণৱ বৰুৱা শিল্পী বঁটা ৰাফেল ৱার্জ্রিলৈ
২০২৫ বর্ষৰ প্রণৱ বৰুৱা শিল্পী বঁটা আগবঢ়োৱা হৈছে মেঘালয়ৰ বিশিষ্ট চিত্র–ভাস্কর্য শিল্পী ৰাফেল ৱার্জ্রিলৈ৷ চিত্রকলা চর্চাৰ জৰিয়তে সমাজত সুন্দৰৰ বিকাশ ঘটোৱাৰ অহোপুৰুষার্থ কৰা প্রয়াত চিত্রশিল্পী প্রণৱ বৰুৱাৰ স্মৃতিত চিত্রকলা আৰু ভাস্কর্যৰ…