নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হল অৱ ফেমত কিংবদন্তি পেচাৰ ব্রেট লী

কিংবদন্তি ক্রিকেটাৰ তথা এসময়ৰ দুর্দান্ত পেচাৰ ব্রেট লীৰ নাম হল অৱ ফেমত অন্তর্ভুক্ত হৈছে৷ ক্রিকেট অষ্ট্রেলিয়াই শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াযোগে এই কথা সদৰী কৰিছে৷ ৭৬খন টেষ্ট, ২২১খন এদিনীয়া মেচত অষ্ট্রেলিয়াক প্রতিনিধিত্ব কৰা ব্রেট লীয়ে ৭১৮টা…

সম্পাদকীয় : পুনৰ চর্চাত ‘ব্রেন–ড্রেন’ তত্ত্ব

মানুহে সদায় উন্নতমানৰ জীৱন যাপনৰ বাবে অহৰহ প্রচেষ্টা চলায়৷ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ বাবে প্রতিগৰাকী ব্যক্তিয়ে যথাসম্ভৱ সকলো উজাৰি দিয়ে৷ ইয়াৰ বাবে বহু সময়ত মানুহে নকৰিবলগীয়া কামো কৰে৷ উন্নত সা–সুবিধা আৰু মর্যাদাৰে জীয়াই থকাৰ সুযোগ–সুবিধাৰ…

২৯ ডিচেম্বৰ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ ডিচেম্বৰ, পুহ মাহৰ ১৩ তাৰিখ, সোমবাৰ মেষ : আজি আপোনাৰ দিনটো বৰ ভাল দেখা যায়৷ দেহ উত্তম বুলি যিকোনো নতুন কাম–কাজ কৰোঁতে উৎসাহ আহিব৷ প্ৰেমত মধ্যম। শুভ ৰং ইটা, শুভ সংখ্যা ২৷ বৃষ : হাত–ভৰিৰ বিষ–বেদনা অনুভৱ কৰিব পাৰে৷ তেজৰ বেমাৰ হ’লেও…

সৰিয়হ ফুলৰ সুবাসে নগাঁৱত সৃষ্টি কৰিছে বিনন্দীয়া পৰিৱেশ

এতিয়া সৰিয়হ ফুলাৰ বতৰ। সৰিয়হ ফুলৰ হালধীয়া ৰং এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সৰিয়হ ফুলৰ সুবাসত আমোলমোল হৈ পৰিছে সমগ্ৰ নগাঁও জিলা। কৃষি অৰ্থনীতিৰ শক্তিশালী বুনিয়াদ গঢ়া নগাঁও জিলাত শালিধানৰ পিছতেই সৰিয়হ প্ৰধান খেতি হিচাপে …

ধুবুৰীৰ গোলকগঞ্জত গংগাধৰ নৈৰ তীব্ৰ গৰাখহনীয়া…

ধুবুৰী জিলাৰ গোলকগঞ্জত গংগাধৰ নৈৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ লোৱাৰ সময়ত স্থানীয় বিধায়ক, সাংসদকে ধৰি বিভাগীয় আমোলাৰ ভূমিকাক লৈ ক্ষোভৰ সৃষ্টি হৈছে ভুক্তভোগীৰ মাজত। জানিব পৰা মতে, গোলকগঞ্জ পৌৰসভা এলেকাৰ ১ আৰু ২ নং ৱাৰ্ডত আৰম্ভ হোৱা গংগাধৰ নৈৰ…

পূব গোৱালপাৰাত অকলশৰীয়া বন্যহস্তীৰ সন্ত্ৰাসত আতংকিত জিলাবাসী

ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰ : গোৱালপাৰা জিলাত হস্তী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। জিলাখনৰ ৰংজুলি আঞ্চলিক বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত দহিকটা বনাঞ্চল, মাটিয়া পাহাৰ, কন্যাকুছি বনাঞ্চলত থকা বন্যহস্তীৰ কেইবাটাও জাকে…

বিজনীত বোৱাৰীক হত্যাৰ অভিযোগত স্বামী-শহুৰক গ্ৰেপ্তাৰ

চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত দুতুৰীত সংঘটিত হৈছে বোৱাৰী হত্যাৰ‌ ঘটনা। বিহপান কৰোৱাই বোৱাৰীক হত্যাৰ অভিযোগ। ছাহিনুৰ মাহমুদ নামৰ ১৯ বছৰীয়া বোৱাৰীগৰাকীক নিজ গৃহত বিহপান কৰোৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ছাহিনুৰৰ ঘৰ বঙাইগাঁও জিলাৰ…

বছৰৰ অন্তিমটো দেওবাৰত লোকাৰণ্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম

২০২৫ বৰ্ষৰ অন্তিমটো দেওবাৰ হোৱা বাবে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগণন দর্শনার্থী আৰু পৰ্যটকে ভিৰ কৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঐতিহাসিক চৰাইদেউ মৈদামত ৷ মন কৰিবলগীয়া এয়ে যে ২০২৪ বৰ্ষত ইউনেস্কৰ দ্বাৰা চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব…

বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী কৰুণা কান্ত শৰ্মাৰ দেহাৱসান

পশ্চিম নলবাৰী অঞ্চলৰ বৰনৰ্দ্দীৰ ফুলবাৰী চুবুৰি নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষাবিদ তথা বিশিষ্ট সমাজকৰ্মী কৰুণা কান্ত শৰ্মাৰ (৮৮) বাৰ্ধক্যজনিত কাৰণত কালি নিশা  নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ…

মিকিৰভেটা আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান, এজনক আটক

ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰ : মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষীয়ে মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলসমূহত দীৰ্ঘদিন ধৰি চলি অহা ড্ৰাগছৰ অবাধ প্ৰচলন আৰু ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে প্ৰতিদিনে চলাইছে অভিযান৷ মিকিৰভেটা আৰক্ষী…