নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটা চাৰিআলিত চোৰাং গৰু সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী

ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰ : বাইহাটা চাৰিআলিৰ গোৰেশ্বৰ পথত আৰক্ষীৰ গুলীচালনা । চোৰাং গৰু সৰবৰাহকাৰীলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে চোৰাং গৰু সৰবৰাহকাৰীয়ে আৰক্ষীৰ গাড়ীক খুন্দিয়াই পলাবলৈ চেষ্টা কৰাৰ সময়তে…

জম্মুত ৩০ পাক উগ্রপন্থীৰ আত্মগোপন, কূটাঘাতৰ আশংকাত ভাৰতীয় সেনাৰ অভিযান তীব্রতৰ

ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰ : জম্মুত আত্মগোপন কৰি আছে ৩০ৰ পৰা ৩৫ পাকিস্তানী উগ্রপন্থীয়ে৷ এই গোপন তথ্য লাভ কৰাৰ পিছত ভাৰতীয় সেনাই সম্ভাব্য কূটাঘাত ৰুধিবলৈ তালাচী অভিযান তীব্রতৰ কৰিছে৷ উপত্যকাটোৰ কিষ্টৱাৰ আৰু দোদা জিলাত আৰম্ভ হৈছে…

চলিত বর্ষত ছৌদি আৰবৰ পৰা বিতাড়িত ১১ হাজাৰ ভাৰতীয়…

অবৈধ অনুপ্রৱেশকাৰীক বিতাড়ন কৰাৰ বাবে সমগ্র বিশ্বত আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে শিৰোনাম দখল কৰি থকাৰ মাজতে বৈদেশিক পৰিক্রমা মন্ত্রালয়ে এক উদ্বেগজনক তথ্য প্রকাশ কৰিছে৷ সেই অনুসৰি বন্ধু ৰাষ্ট্র বুলি আখ্যা পোৱা ছৌদি আৰবে ২০২৫ বর্ষৰ…

পাকিস্তান ত্যাগ হাজাৰ হাজাৰ চিকিৎসক–অভিযন্তাৰ

পাকিস্তানৰ ভৱিষ্যৎ ঘোৰ অন্ধকাৰৰ দিশে গতি কৰিছে৷ ৰাজনৈতিক অস্থিৰতা আৰু আর্থিক সংকটে জুৰুলা কৰা দেশখনত দৈনিক শ শ চিকিৎসক–অভিযন্তা আৰু একাউণ্টেণ্টে বিদেশলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে৷ শেহতীয়া এক পৰিসংখ্যাই দেশখনৰ অৰাজকতাৰ এখন ছবি পৰিস্ফুট কৰিছে৷…

দুলীয়াজান শাখা লেখিকা সমাৰোহ সমিতিৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

দুলীয়াজান শাখা লেখিকা সমাৰোহ সমিতিৰ একাদশ  দ্বি-বাৰ্ষিক অধিৱেশনখনি অইল ৱৰ্কাৰ্ছ ইউনিয়নৰ প্ৰেক্ষাগৃহত অলপতে অনুষ্ঠিত হৈ যায় । উক্ত সভাত সৰ্বসন্মতিক্ৰমে সভানেত্ৰী হিচাপে বিশিষ্ট আবৃত্তিকাৰ ৰিজুমণি শইকীয়া তামুলী আৰু সম্পাদিকা হিচাপে কবি তথা…

নৱবর্ষৰ প্রাকক্ষণত বৃহৎ অভিযান, ২৪ ঘণ্টাত ৬৬০জনক গ্রেপ্তাৰ

ইংৰাজী নৱবর্ষত সম্ভাব্য অপৰাধৰ পৰা মুক্ত কৰি ৰাখিবলৈ নতুন দিল্লীত আৰক্ষীয়ে আৰম্ভ কৰিছে ‘অপাৰেচন আঘাত’৷ ২৪ ঘণ্টাত এই অভিযানৰ অধীনত আৰক্ষীয়ে ৬৬০জন লোকক গ্রেপ্তাৰ কৰিছে৷ সমান্তৰালভাৱে বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র আৰু ড্রাগছ উদ্ধাৰ কৰিবলৈ সক্ষম…

বিশ্বনাথৰ বাঘমাৰীত পুৱাৰে পৰা প্ৰশাসনৰ উচ্ছেদ অভিযান

বিশ্বনাথৰ বাঘমাৰীত বেদখলকাৰীৰ বিৰুদ্ধে চলিল প্ৰশাসনৰ বুলড'জাৰ। অঞ্চলটোৰ প্ৰায় ২৬৫ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে আজি পুৱাৰে পৰা অঞ্চলটোত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। জিলাখনৰ নিজ বাঘমাৰীৰ ৪৩৩টা বেদখলকাৰী পৰিয়ালক উচ্ছেদৰ জাননী জাৰি কৰা…

ক’ভিডৰ পিছত বায়ু প্রদূষণ ভাৰতৰ সর্ববৃহৎ সংকট

২০১৯ চনৰ ক’ভিড মহামাৰীৰ পিছত বায়ু প্রদূষণ ভাৰতৰ আটাইতকৈ বৃহৎ স্বাস্থ্যজনিত সংকট হিচাপে ধৰা দিছে৷ বায়ু প্রদূষণ ৰুধিবলৈ জৰুৰী ব্যৱস্থা গ্রহণ নকৰিলে প্রতিবছৰে আৰু অধিক ভয়াৱহ হৈ পৰিব বুলি সকীয়নি দিছে ব্রিটেইনৰ ভাৰতীয় মূলৰ এগৰাকী চিকিৎসকে৷ তেওঁ…

অসম গ্রন্থমেলাত ড০ বিজয়কৃষ্ণ দলেৰ কাব্যপুথি উন্মোচন

গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত চলি থকা অসম গ্রন্থমেলাত অসম বুক ট্রাষ্টৰ বিপণীত কালি ড০ বিজয়কৃষ্ণ দলেৰ ‘ঔটেঙা আৰু ঢেঁকীয়াৰ কবিতা’ কাব্যপুথিখন উন্মোচন কৰা হয়৷ গ্রন্থখন উন্মোচন কৰে ডিব্রগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক,…

এছআৰৰ পিছত ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্রকাশ

🔹 ধুবুৰীত নতুন পৰিচয়েৰে ‘ডি’ ভোটাৰে নাম অন্তৰ্ভুক্ত কৰিলে ভোটাৰ তালিকাত সদ্যহতে প্রকাশ পোৱা ফটোযুক্ত খচৰা ভোটাৰ তালিকাত ধুবুৰীত মৃত একাংশ লোকৰ নামো সন্নিৱিষ্ট হৈছে৷ আনকি বিবাহৰ পিছত আন ঠাইলৈ যোৱা বহু মহিলাৰ নাম অন্তর্ভুক্ত হৈছে খচৰা…