‘০’-ত আউট ৰোহিত : ছাৱাই মানসিং ষ্টেডিয়ামত হতাশ দৰ্শক
বিজয় হাজাৰে ট্ৰফী ২০২৫–২৬ৰ অধীনত আজি অৰ্থাৎ ২৬ ডিচেম্বৰ ২০২৫ তাৰিখে জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত মুম্বাই আৰু উত্তৰাখণ্ডৰ মাজত খেল অনুষ্ঠিত হৈছে। এই খেলখনত এগৰাকী বিশেষ পৰিচিতি নথকা দ্ৰুত বলাৰে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাক…