বাংলাদেশত পুনৰ হিন্দু যুৱকক নৃশংস হত্যা, হিংসাজর্জৰ চুবুৰীয়া ৰাষ্ট্রত নিৰাপত্তাহীনতাত সংখ্যালঘু
বাংলাদেশত পুনৰ হিংসাৰ বলি হ’ল আন এজন হিন্দু যুৱক৷ উন্মত্ত জনতাই মৰিয়াই মৰিয়াই হত্যা কৰে যুৱকজনক৷ বাংলাদেশৰ যুৱ নেতা ওছমান হাদিৰ মৃত্যুৰ পিছতে চুবুৰীয়া দেশখনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ সময়তে মৈমনসিং জিলাৰ দীপু চন্দ্র দাস নামৰ কাৰখানাৰ শ্রমিক…