১৬ বছৰৰ তলৰ শিশুৰ বাবে প*ৰ্ণ ভিডিঅ’ নিষিদ্ধ!
মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বেঞ্চে কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিছে যে অষ্ট্ৰেলিয়াৰ দৰে ১৬ বছৰৰ তলৰ বয়সৰ শিশুসকলৰ বাবে ইণ্টাৰনেটত পৰ্ণগ্ৰাফিক ভিডিঅ’ত নিষেধাজ্ঞা আৰোপ কৰাৰ বিষয়ে বিবেচনা কৰা উচিত। ন্যায়ালয়ে এই পৰামৰ্শটো এছ. বিজয় কুমাৰে দাখিল…