নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱ কলাক্ষেত্রত সত্রীয়া নৃত্যৰ কর্মশালাৰ সফল সামৰণি

গুৱাহাটীৰ সত্রীয়া নৃত্যৰ শিক্ষানুষ্ঠান মণিৰাম দত্ত মুক্তিয়াৰ সত্রীয়া কলা কেন্দ্রৰ উদ্যোগত যোৱা ১২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ‘গুৰু সেৱা’ শীর্ষক সত্রীয়া নৃত্যৰ সাদিনীয়া কর্মশালাখন যোৱা ১৮ ডিচেম্বৰত সফল সামৰণি পৰে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র…

ডনবস্ক’ স্কুলৰ ছাত্রী ভূমিকা চৌধুৰীৰ সফলতা

পাণবজাৰৰ ডনবস্ক’ স্কুলৰ একাদশ শ্রেণীৰ ছাত্রী ভূমিকা চৌধুৰীক কলাশ্রী সন্মান প্রদান কৰা হয়৷ নতুন দিল্লীৰ পঞ্চনীল আশ্রমৰ বিশাল মঞ্চত ভাৰতীয় দলিত সাহিত্য অকাডেমিৰ ৪১সংখ্যক ৰাষ্ট্রীয় অধিৱেশনত প্রদান কৰা হয় এই সন্মান৷ এই অনুষ্ঠানত ভূমিকা…

ফাইনেলত ভাৰতৰ প্ৰতিদ্বন্দ্বী চিৰপ্রতিদ্বন্দ্বী পাকিস্তান

অপ্রতিৰোধ্য ভাৰতে চলিত ১৯ বছৰ অনূর্ধ্ব এছিয়া কাপৰ ফাইনেলত প্রৱেশ কৰিছে৷ ডুবাইত অনুষ্ঠিত বর্ষাবিঘ্ণিত প্রথমখন ছেমিফাইনেলত আয়ুস মাত্রে নেতৃত্বাধীন ভাৰতীয় দলটোৱে শ্রীলংকাক সহজেই ৮ উইকেটত পৰাস্ত কৰি খিতাপ যুঁজত স্থান সুৰক্ষিত কৰে৷ প্রবল বৰষুণৰ…

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি–২০ শৃংখলা দখল টীম ইণ্ডিয়াৰ

ঘৰুৱা দল টীম ইণ্ডিয়াই দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলা ৫খনীয়া টি–২০ মেচৰ শৃংখলাটো ৩–১ত দখল কৰিছে৷ আহমেদবাদত অনুষ্ঠিত শৃংখলাৰ পঞ্চম তথা অন্তিমখন মেচত ভাৰতে প্রটিয়াজ বাহিনীক ৩০ ৰানত পৰাস্ত কৰে৷ মেচখনত টীম ইণ্ডিয়াই জয়ৰ বাবে বান্ধি দিয়া ২৩২ ৰানৰ…

শোকাৱহ ঘটনা : ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত কৰুণ মৃত্যু ৮টাকৈ বন্যহস্তীৰ

কামপুৰ-যমুনামুখৰ মাজৰ চানজুৰাইত শোকাৱহ ঘটনা। ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত কৰুণ মৃত্যু ৮টাকৈ বন্যহস্তী। ৫টাকৈ দবাও লাইনচ্যুত। সৌভাগ্যৰ কথা কোনো লোকৰ একো ক্ষয় ক্ষতি হোৱা নাই। নিৰাপদে  আছে সকলো যাত্ৰী। বন বিভাগৰ লোকৰ লগতে তৎপৰতাৰে…

সম্পাদকীয় : ইতিহাস হ’ব নেহৰু ষ্টেডিয়াম

দেশৰ লগতে বিশ্বৰ ক্রীড়া মানচিত্রত অসমক প্রথমবাৰৰ বাবে পৰিচয় কৰাই দিছিল গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামে৷ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা, পুলিন চন্দ্র দাস আদি ক্রীড়া মহীৰূহৰ অশেষ প্রচেষ্টা আৰু একাংশ ক্রীড়ানুৰাগীৰ সহযোগিতাত এই ঐতিহাসিক ষ্টেডিয়ামখন…

২০ ডিচেম্বৰ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২০ ডিচেম্বৰ, পুহ মাহৰ ৪ তাৰিখ, শনিবাৰ মেষ : ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ স্বাস্থ্যৰ প্রতি নজৰ দিয়ক৷ নিবনুৱাৰ কর্মপ্রাপ্তি হ’ব পাৰে৷ প্রেমত সুখ৷ বৃষ : উচ্চপদস্থ বিষয়াৰ লগত সু–সম্পর্ক বজাই ৰাখিব৷ আয়ৰ ক্ষেত্রত অনুকূল৷ পাৰিবাৰিক…

এখন ব্যতিক্ৰমী বিবাহ : দৰা-কইনাই গছপুলিৰে সম্ভাষণ জনালে অতিথিক

নগাঁও জিলাৰ খুটিকটীয়াৰ ডি আৰ টি বিবাহ ভৱনত এখন ব্যতিক্ৰমী বিবাহে শেহতীয়াকৈ সাধাৰণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ নগাঁৱৰ ভূঞাপট্টিৰ নিবাসী পুষ্পেন্দ্ৰ বৰদলৈ আৰু ৰুণু বৰদলৈৰ জ্যেষ্ঠ পুত্ৰ লক্ষ্যজ্যোতি বৰদলৈ (সুমন)ৰ নগাঁও চহৰৰ কছলুখোৱাৰ…

কাৰেং চাপৰিত দশম মিচিং যুৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

যুৱ উশৃংখল, উগ্ৰ জাতীয়তাবাদ ত্যাগ কৰি সাংস্কৃতিক সংগ্ৰামৰ জৰিয়তে যুৱ সমাজক সঠিক পথৰ দিক্-নিৰ্দেশনা প্ৰদান কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা মিচিং যুৱ মহোৎসৱৰ দশম মিচিং যুৱ মহোৎসৱখন ২০২৬ বৰ্ষৰ ১৫, ১৬, ১৭ আৰু ১৮ জানুৱাৰীত চাৰিদিনীয়া…

সুকন্যা : পৰম্পৰাগত চাহ গ্রাম্য পর্যটনেৰে উত্তৰণৰ যাত্রা মইনাৰ

উৎপল কুমাৰ কলিতা অসমৰ পৰম্পৰাগত চাহপাতক পর্যটনৰ সম্ভাৰ কৰি বিশ্বজনীন পৰিচয় দিবলৈ প্রয়াস এগৰাকী উচ্চ শিক্ষিত যুৱতীৰ৷ হাতেৰে প্রস্তুত কৰা চাহপাত ইতিমধ্যে দেশী–বিদেশী পর্যটকৰ সন্মুখত তুলি ধৰি উচ্চ প্রশংসতি হৈছে যুৱতীগৰাকী৷ যুৱতীগৰাকীৰ নাম…