নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰেং চাপৰিত দশম মিচিং যুৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

যুৱ উশৃংখল, উগ্ৰ জাতীয়তাবাদ ত্যাগ কৰি সাংস্কৃতিক সংগ্ৰামৰ জৰিয়তে যুৱ সমাজক সঠিক পথৰ দিক্-নিৰ্দেশনা প্ৰদান কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা মিচিং যুৱ মহোৎসৱৰ দশম মিচিং যুৱ মহোৎসৱখন ২০২৬ বৰ্ষৰ ১৫, ১৬, ১৭ আৰু ১৮ জানুৱাৰীত চাৰিদিনীয়া…

সুকন্যা : পৰম্পৰাগত চাহ গ্রাম্য পর্যটনেৰে উত্তৰণৰ যাত্রা মইনাৰ

উৎপল কুমাৰ কলিতা অসমৰ পৰম্পৰাগত চাহপাতক পর্যটনৰ সম্ভাৰ কৰি বিশ্বজনীন পৰিচয় দিবলৈ প্রয়াস এগৰাকী উচ্চ শিক্ষিত যুৱতীৰ৷ হাতেৰে প্রস্তুত কৰা চাহপাত ইতিমধ্যে দেশী–বিদেশী পর্যটকৰ সন্মুখত তুলি ধৰি উচ্চ প্রশংসতি হৈছে যুৱতীগৰাকী৷ যুৱতীগৰাকীৰ নাম…

পোহনীয়া কুকুৰে কামুৰিলে মালিকৰ বিৰুদ্ধে FIR

পথৰ কুকুৰক লৈ চলি থকা এটা গোচৰৰ অন্তিম শুনানিত স্কুল, ৰে’ল ষ্টেচন, হাস্পতাল আদিৰ সন্মুখৰ পৰা তেনে কুকুৰক আঁতৰোৱাৰ নির্দেশ উচ্চতম ন্যায়ালয়ে দিয়াৰ সময়তে পোহনীয়া কুকুৰক লৈ এটা নতুন নিয়ম বলৱৎ কৰিছে ডেৰাডুন পৌৰসভাই৷ ডেৰাডুন ডগ লাইচেঞ্চিং…

সোণতলীত চিকিৎসকৰ অনিয়মীয়া উপস্থিতি, চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে চলাইছে চিকিৎসালয়

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ৰাংগাপানী ৰাজ্যিক পশু চিকিৎসালয়ত চিকিৎসকৰ অনিয়মীয়া উপস্থিতিত কৃষক ৰাইজে পশু চিকিৎসাৰ ক্ষেত্ৰত সমস্যাত পৰিছে৷ জানিব পৰা মতে, উক্ত চিকিৎসালয়ত দেৱৰঞ্জন দাসক নিযুক্তি দিছে যদিও চিকিৎসকগৰাকী নিয়মীয়াকৈ উপস্থিত…

নগাঁৱৰ ধিঙত গেৰেকনি বিলত প্ৰশাসনৰ উচ্ছেদ অভিযান

অসম চৰকাৰে চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চলসমূহ আৰু জলাশয়সমূহ অবৈধ বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ অংশস্বৰূপে আজি নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে জিলাখনৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰেকনি গাঁৱৰ গেৰেকনি…

নগৰবেৰা-ধূপধৰা সংযোগী বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে জনতাক…

কামৰূপৰ বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ সদাব্যস্ত গড়কাপ্টানী পথে জ্বলাকলা খুৱাইছে ৰাইজক | বাট-পথৰ দুৰৱস্থাৰ বাবেই যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে কামৰূপ, গোৱালপাৰা আৰু সীমামূৰীয়া বৰপেটা- তিনিখনকৈ জিলাৰ কেন্দ্ৰস্থল নগৰবেৰা…

ৰূপহীহাটৰ বেলগুৰি কছাৰীগাঁৱৰ বেদখলকাৰীৰ বিপদঘন্টা…

ৰূপহীহাটৰ বেলগুৰি কছাৰীগাঁৱৰ বেদখলকাৰীৰ বিপদঘন্টা। ৰূপহীহাটৰ বেলগুৰি কছাৰীগাঁৱত প্ৰশাসনে মাইকযোগে চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশ দিলে। চামগুৰি ৰাজহ চক্ৰৰ খাটোৱাল মৌজাৰ বেলগুৰি কছাৰীগাঁও কিচামতৰ ৩৮০ বিঘা গেজিং ৰিজাৰ্ভৰ ভূমি ২০০তকৈ অধিক…

১৪ বাংলাদেশীক বিতাড়নৰ বাবে নিলে সীমান্ত সুৰক্ষা বাহিনীয়ে…

গোৱালপাৰা জিলাৰ মাটিয়াস্থিত ট্ৰেনজিট কেম্পৰ পৰা লৈ যোৱা হ'ল ১৪গৰাকী বাংলাদেশীক। আজি দিনৰ ১০.৩০ বজাত  এখন ট্ৰেভেলাৰেৰে সীমান্ত সুৰক্ষা বাহিনীয়ে লৈ যায় ৰাজ্যখনৰ নগাঁৱৰ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি চিনাক্ত কৰা বাংলাদেশীকেইজনক ।…

মথুৰাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, স্ক’ৰপিঅ’ বাহনৰ খুন্দাত মহিলা নিহত

চৰাইদেউ জিলাৰ মথুৰাপুৰ পশু চিকিৎসালয়ৰ সন্মুখত আজি পুৱা সদৰ পথ ধোদৰ আলিৰে আহি থকা এখন তীব্ৰবেগী স্কৰপিঅ' বাহনৰ খুন্দাত প্ৰাতঃ ভ্ৰমণ কৰি থকা এগৰাকী মহিলা নিহত হোৱা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে৷ জানিব পৰা মতে, মথুৰাপুৰ পশু চিকিৎসালয়ৰ …

নিষ্ঠাৱান RSSৰ স্বয়ংসেৱক ৰঞ্জিত শৰ্মাৰ দেহাৱসান

ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ জেষ্ঠ স্বয়ংসেৱক, ধুবুৰীৰ সামাজিক জীৱনৰ অতি পৰিচিত নাম ৰঞ্জিত শর্মা আৰু নাই। আজি পুৱতি নিশা তেওঁৰ দেহাবসান ঘটে। ১৯৫৫ চনৰ ১৫ জুনৰ দিনা জন্মা মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭০ বছৰ। পত্নী, এক পুত্ৰ-কন্যাক এৰি থৈ যোৱা…