নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠোৰ মুখ্যমন্ত্রী : জুবিন ক্ষেত্রত মদ ঢলাসকলক মই চোঁচৰাই আনি গ্রেপ্তাৰ কৰিম

বিশেষ বাৰ্তা, ২০ নৱেম্বৰ : প্রাণৰ শিল্পী জুবিন গার্গক মদ খুৱাই খুৱাই হত্যা কৰা হৈছিল৷ জুবিন গার্গৰ হত্যাৰ তদন্ত অব্যাহত ৰখা এছআইটিয়ে প্রস্তুত কৰি থকা অভিযোগনামাত এই কথা উল্লেখ কৰা হৈছে৷ জুবিন গার্গক ন্যায় প্রদান প্রসংগত পুনৰ শিল্পীগৰাকীক…

বিপুল হাৰত বৃদ্ধি পাইছে অসমবাসীৰ ক্রয় ক্ষমতা, ষ্টেট বেংকৰ গৱেষণামূলক প্রতিবেদনত ইতিবাচক তথ্য

বিশেষ বার্তা, ২০ নৱেম্বৰ : চলিত বছৰৰ ছেপ্টেম্বৰ মাহত সামগ্রী আৰু সেৱা কৰ চমুকৈ জি এছ টিৰ হাৰ হ্রাস পোৱাৰ পিছত মানুহৰ ক্রয় ক্ষমতা ব্যাপক হাৰত বৃদ্ধি পাইছে৷ আৰু ইয়াৰ প্রতিফলন ঘটিছে দুচকীয়া বাহন আৰু গাড়ী ক্রয়ৰ ক্ষেত্রত৷ বিশেষকৈ অসমবাসীৰ ক্রয়…

গ্রন্থমেলাৰ বতৰ

গ্রন্থমেলা বতৰত গ্রন্থবোৰ লাহে লাহে প্রকাশ পাবলৈ আৰম্ভ কৰিছে৷ লেখক–প্রকাশকে গ্রন্থমেলাসমূহক লক্ষ্য কৰিয়ে গ্রন্থবোৰ প্রকাশ কৰিছে৷ প্রকাশৰ পিছতেই প্রচাৰ আৰু প্রসাৰ বৃদ্ধি পাইছে৷ লাহে লাহে অসমীয়া গ্রন্থৰ বজাৰখনো বাঢ়িছে৷ লেখক–পাঠকৰ সংখ্যাও…

টেষ্ট ক্ৰিকেটৰ মানচিত্ৰত বৰ্ষাপাৰা : গুৱাহাটীত উপস্থিত ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়াম বৰ্ষাপাৰা ত ২২ নৱেম্বৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব লগা ঐতিহাসিক টেষ্ট মেচত অংশ লোৱাৰ বাবে আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকা দল মহানগৰীত উপস্থিত হৈছে৷ আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ গান্ধী-মেণ্ডেলা শৃংখলাৰ এয়া…

বিহাৰত এনডিএ বিধায়িনী দলৰ নেতা নিৰ্বাচিত নীতিশ কুমাৰ

বিহাৰ বিধানসভাৰ চেন্ট্ৰেল হলত অনুষ্ঠিত এক গুৰুত্বপূর্ণ বৈঠকত আজি এনডিএ জোঁটৰ সকলো নেতা উপস্থিত থাকে। বৈঠকত ঐকমত্য ৰূপত নীতিশ কুমাৰকেই বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হয়। এনডিএ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছত এতিয়া নীতিশ কুমাৰে…

গাঁঠিৰ ধন খৰচ কৰি হাৰ্টথ্ৰব-ৰ জন্মদিনত ৫৩ ডাল নাহৰ ৰোপণ মিছামাৰীৰ পৱিত্ৰৰ

অসমৰ হিয়াৰ আমঠু, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ১৮ নৱেম্বৰৰ জন্ম দিনটোক কালি বিভিন কাৰ্যসূচীৰে উদযাপন কৰা পৰিলক্ষিত হয় ৷ প্ৰাণৰ শিল্পী গৰাকীৰ পুণ্যাত্মাৰ কাৰণে নামপ্ৰসংগ, তেওঁৰ প্ৰতিমূৰ্ত্তি স্থাপন, শিল্পী গৰাকীৰ কালজয়ী গীতৰ আধাৰত…

পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰি : দুই সহকাৰী বিষয়াক গ্ৰেপ্তাৰ

অসম পৰ্যটন বিভাগৰ বহুল চর্চিত নিযুক্তি কেলেংকাৰি ত মুখ্যমন্ত্ৰী ভিজিলেঞ্চৰ অভিযান অব্যাহত আছে। মঙলবাৰে দুজন অভিযুক্ত সহকাৰী পৰ্যটন বিষয়া প্ৰাঞ্জল বৰা আৰু অনন্যা বৰঠাকুৰক গ্ৰেপ্তাৰ কৰে ভিজিলেঞ্চে। উল্লেখ্য যে ২০১২-১৩ বৰ্ষত সংঘটিত হৈছিল এই…

উৎকোচ লৈ গ্রেপ্তাৰ ব্লক শিক্ষা বিষয়া মাধৱ সাহা, চিএম ভিজিলেঞ্চ-ৰ অভিযান

কাছাৰ জিলাৰ উধাৰবন্দ ব্লক শিক্ষা বিষয়া (বিইইঅ’) মাধৱ সাহাক উৎকোচ লোৱাৰ অভিযোগত মুখ্যমন্ত্ৰী ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰিছে। বিইইঅ’‌ মাধৱ সাহাই ৭ হাজাৰ টকা উৎকোচ লোৱাৰ সময়ত মুখ্যমন্ত্ৰী ভিজিলেঞ্চৰ‌ দলে আটক কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে, এল…

২০২৬ চনৰ HSLC-HS পৰীক্ষাৰ সময়সূচী ঘোষণা

অসমত আগন্তুক বছৰত অনুষ্ঠিত হ’ব লগা দুটা গুৰুত্বপূর্ণ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই ঘোষণা কৰিছে। সেই অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) ১০ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখৰ পৰা…

তেজপুৰত জুবিন গাৰ্গৰ স্মৃতিত দুকঠা আবণ্টন প্ৰশাসনৰ, স্থাপন হ’ব স্মৃতিস্তম্ভ-প্ৰতিমূৰ্তি

তেজপুৰ চহৰত সংগীতসূৰ্য জুবিন গাৰ্গৰ স্মৃতিৰক্ষাৰ উদ্দেশ্যে শোণিতপুৰ জিলা প্ৰশাসনে এক গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পদুম পুখুৰীৰ সন্মুখৰ বৰপুখুৰীৰ পাৰত জুবিন গাৰ্গৰ নামত দুকঠা মাটি প্ৰদান কৰে জিলা প্ৰশাসনে। এই স্থানতেই নিৰ্মাণ হ'ব জুবিন…