নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ–মিঞা পার্টীয়ে বাংলাদেশৰ লগ লগাব বিচাৰিছে অসমক

পাকিস্তানৰে সংযোগ থকা প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে এছআইটিয়ে চলোৱা তদন্ত প্রতিবেদন ৰাজহুৱা নকৰাক লৈ যোৱা সময়ছোৱাত কংগ্রেছী সাংসদজনে কৰি থকা কটাক্ষৰ প্রত্যুত্তৰ দিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ গৌৰৱ গগৈক এশ শতাংশ…

১৭ ডিচেম্বৰত SIT-য়ে দাখিল কৰিব চার্জশ্বীট

ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গার্গৰ হত্যা হৈছিল৷ –এই কথা পুনৰ স্পষ্ট কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে প্রাণৰ শিল্পীগৰাকীক হত্যা কৰা বুলি মুখ্যমন্ত্রী ড০ শর্মাই ফেচবুক লাইভত ইতিপূর্বে প্রকাশ কৰা বক্তব্যক লৈ ৰাজ্যজুৰি…

অসমৰ ৯০ বছৰীয়া বোলছবি ইতিহাসত অভিলেখ ৰৈ ৰৈ বিনালেৰ

ৰৈ ৰৈ বিনালে সকলো দর্শকে৷ দুচকুৰে লোটক নিগৰাই লাখ লাখ দর্শকৰ প্রাণৰ শিল্পীক সুঁৱৰি উচুপি উঠিল চিত্রগৃহত৷ এক বর্ণনাতীত আৱেগিক পৰিৱেশ৷ প্রিয় শিল্পীগৰাকীৰ বর্ণিল সত্তাক চেলুলয়ডত জীৱন্ত ৰূপত বিচাৰি অন্তিমবাৰৰ বাবে প্রয়াস চলাই হাহাকাৰ কৰি উচুপি…

মৰাণত ভয়ংকৰ অগ্নিকাণ্ড : ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ

মৰাণ ১নং হিংৰিজান চেচাঁপুখুৰী বাহঁবাৰী গাঁও নিৱাসী তথা হিংৰিজান চাহ বাগিচাৰ শ্ৰমিক কাঠমিস্ত্ৰী মহেন কালান্দীৰ ঘৰত চৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হৈ ঘৰৰ সকলো সা-সম্পত্তি, মাটিৰ বাৰী পট্টাৰ লগতে নগদ ধন জুইত জাহ যায়। স্থানীয় লোকে টিউৱেলৰ…

কাজিৰঙাত আজিৰে পৰা মুকলি হাতী ছাফাৰি

আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হল হাতী ছাফাৰি। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত ব্যক্তিগত হাতী ছাফাৰি আৰম্ভ হোৱাৰ লগে লগেই পৰ্যটকৰ আগমনত মুখৰিত হৈ পৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উল্লেখযোগ্য যে যোৱা ২৬…

পশ্চিম কাৰ্বি আংলঙত পথ দুৰ্ঘটনা : থিতাতে নিহত ৩ মহিলা

পশ্চিম কাৰ্বি আংলং জিলাৰ উমচুৱাইত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। তিৱা লাংখন উৎসৱ উপভোগ কৰি ওভতাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় Max Pick বাহন। Max Pick Up বাহন খনৰ নম্বৰ- AS01C6664। দুৰ্ঘটনাত থিতাতে নিহত হয়…

সম্পাদকীয় : জেমিমা- ৰীল বনাই ভাল পোৱা ছোৱালীজনী

যদিওবা হকী ভাৰতৰ ৰাষ্ট্রীয় খেল, তথাপি কিন্তু দেশবাসীৰ সকলো আৱেগ আৰু ৰোমাঞ্চ ক্রিকেট খেলক লৈহে৷ ক্রিকেট মাথোঁ ভাৰতীয়ৰ অতি প্রিয় খেলেই নহয়, ই এক স্বাভিমানলৈ ৰূপান্তৰিত হৈছে৷ ক্রিকেটক লৈ দেশবাসীয়ে বহু স্বপ্ণ দেখে৷ স্বপ্ণ দেখে বিশ্ব খিতাপ জয়ৰো৷…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (১ নৱেম্বৰ)

আজিৰ দিনটোৰ ৰাশিফল আজি ১ নৱেম্বৰ, কাতি মাহৰ ১৪ তাৰিখ শনিবাৰঃ তিথি–শুক্লা দশমী, নক্ষত্রঃ শতভিষা, যাত্রাঃ নাই মেষঃ বন্ধু–বান্ধৱৰ লগত মন খুলি কথা ক’লেও মূল কথা ব্যক্ত নকৰিব৷ কোনো নভবা প্রসংগই আমনি দিব পাৰে৷ বিদ্যাৰ চেষ্টাত সুফল৷ বৃষঃ উন্নত…

ঈশ্বৰপুত্ৰৰ হেঁপাহৰ ছবি ‘ৰৈ ৰৈ বিনালে’ চাই থাকোঁতে অসুস্থ অৰুণ গাৰ্গ

ডিজিটেল ডেস্ক, ৩১ অক্টোবৰ : অসমীয়া ছবি জগতত অভিলেখ ৰচি মুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি 'ৰৈ ৰৈ বিনালে'ই। ঈশ্বৰপুত্ৰৰ হেঁপাহৰ ছবি 'ৰৈ ৰৈ বিনালে' চাই আজি আৱেগিক হৈ পৰে প্ৰতিজন দৰ্শক। কান্দোনত ভাগি পৰে জুবিন অনুৰাগী। সৰ্বকালৰ অভিলেখ ভংগ কৰি…

লখিমপুৰত কাইলৈৰ পৰা অসম গ্ৰন্থমেলা

লখিমপুৰত কাইলৈ বিয়লিৰ পৰা দহদিনীয়াকৈ আৰম্ভ হব অসম গ্ৰন্থমেলা। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি বিক্ৰেতা সংস্হাৰ উদ্যোগত লখিমপুৰ নগৰৰ দাতিতে থকা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ খেলপথাৰত এই গ্ৰন্থ মেলা খন আয়োজন কৰা হৈছে। ৰাজ্যৰ সৰু বৰ…