পৰকীয়া প্ৰেমিকৰে মিলি বীমাৰ ধনৰ বাবে পুত্ৰক হত্যা মহিলাৰ…
ডিজিটেল ডেস্ক, ৩১ অক্টোবৰ : উত্তৰ প্ৰদেশৰ কানপুৰ দেহাতৰ এক ভয়ংকৰ ঘটনাই দেশবাসীক স্তম্ভিত কৰি তুলিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰি উন্মোচন কৰা তথ্য অনুসৰি, বীমাৰ ধনৰ লোভত আৰু অবৈধ সম্পৰ্ক অটুট ৰাখিবলৈ এগৰাকী মাতৃয়ে নিজ পুত্ৰক হত্যাৰ…