নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰত ৯২সংখ্যক ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি
নিয়মীয়া বাৰ্তা, ঘগ্ৰাপাৰ, ১২ অক্টোবৰ : উত্তৰ-পূব ভাৰতৰ আধ্যাত্মিক সনাতনী সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ ঐতিহ্যমণ্ডিত নলবাৰী শ্ৰীশ্ৰীহৰিমন্দিৰ। ১৯৩৩ চনৰ পৰা অসমৰ জ্ঞান-প্ৰজ্ঞা নগৰী নলবাৰীত প্ৰতিষ্ঠা হোৱা পৱিত্ৰ শ্ৰীশ্ৰীহৰিমন্দিৰৰ সৌজন্যত…