নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ দিনে নিৰুদ্দেশ হৈ থকা চিলাপথাৰৰ উন্নত টায়েক অৰুণাচলৰ দুৰ্গম ঠাইত উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰ : যোৱা প্ৰায় ২৫ দিন ধৰি অৰুণাচল প্ৰদেশৰ টুটিঙৰ পৰা নিৰুদ্দেশ হৈ থকা চিলাপথাৰৰ উন্নত টায়েক উদ্ধাৰ কৰা হৈছে ৷ তুটিং আৰক্ষী-প্ৰশাসনৰ লগতে অৰুণাচলৰ টায়ে অপৗন কৗবাং আৰু জেৰাং ইৰাঙৰ লোকসকলে তীব্ৰ অনুসন্ধান অব্যাহত…

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মালৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ টকাৰ অৰ্থসাহায্য

ডিজিটেল ডেস্ক, ১১ অক্টোবৰ : দীৰ্ঘদিনে গুৰুতৰভাৱে অসুস্থ হৈ থকা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মালৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে অৰ্থসাহায্য। উল্লেখ্য যে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা বৰ্তমান গুৰুতৰভাৱে অসুস্থ হৈ আছে। যকৃতজনিত ৰোগত বহুদিন ধৰি অসুস্থ হৈ…

ৰূপহীহাটত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ দুজনক গ্ৰেপ্তাৰ : চাৰিচকীয়া বাহন জব্দ

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰ : ৰূপহীহাট আৰক্ষী থানাৰ বিষয়া সঞ্জিত কুমাৰ ৰয়ে আজি দুপৰীয়া এক গোপন সূত্ৰৰ পম খেদি ৰূপহী তিনিআলিত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলায় এক অভিযান ৷ আৰক্ষীৰ অভিযানত এএছ-১২ এম-৫৫০২ নম্বৰৰ এখন চাৰিচকীয়া  বাহনৰ পৰা বুজন…

অৰুণোদয় ৩.০ৰ নামত বাঘমাৰা চৰত ব্যাপক ধন সংগ্ৰহ, উত্তাল প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰ : অৰুণোদয় ৩.০ত বৰপেটাৰ চেঙাৰ বাঘমাৰাচৰত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বঞ্চিত মহিলাই। চেঙা সমষ্টিৰ বাঘমাৰা চৰ গাঁও পঞ্চায়তৰ ২নং ৱাৰ্ডৰ শতাধিক মহিলাৰ পৰা ২ হাজাৰৰ…

CID কাৰ্যালয়ত হাজিৰ জুবিন গাৰ্গৰ সহযোগী শিল্পী শতাব্দী বৰা

বিশেষ বাৰ্তা, ১১ অক্টোবৰ : মহানগৰীৰ উলুবাৰীৰ CID কাৰ্যালয়ত শনিবাৰে হাজিৰ হয় গায়িকা শতাব্দী বৰা। জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে তলব কৰা হৈছে শতাব্দী বৰাক। দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ সৈতে গীত গাইছিল শতাব্দী বৰাই। ২০১৪ চনৰ পৰা জুবিন…

শিল্পা চেট্টী–ৰাজ কুন্দ্রাক চর্ত দিলে ব’ম্বে উচ্চ ন্যায়ালয়ে, দেশ এৰিবলৈ হ’লে প্রথমে ৬০ কোটি জমা দিয়ক

নিউজ ডেস্ক, ১১ অক্টোবৰ : ৬০ কোটি টকা প্রৱঞ্চনাৰ গোচৰত লুক আউট ন’টিচ জাৰি কৰাৰ বাবে বিদেশ ভ্রমণত নিষেধাজ্ঞা আছে অভিনেত্রী শিল্পী চেট্টী আৰু তেওঁৰ স্বামী ৰাজ কুন্দ্রাৰ৷ বিদেশ ভ্রমণৰ বাবে অনুমতি বিচৰা শিল্পা চেট্টী আৰু ৰাজ কুন্দ্রাক ব’ম্বে…

পাক সন্ত্রাস নির্মূলৰ বাবে একত্রিত হ’ব দিল্লী–কাবুল : তালিবানৰ বিদেশ মন্ত্রীৰে ঐতিহাসিক বৈঠক এছ…

নিউজ ডেস্ক, ১১ অক্টোবৰ : তালিবানশাসিত আফগানিস্তানৰ বিদেশ মন্ত্রী আমিৰ খান মুট্টাকীয়ে ঐতিহাসিক ভাৰত ভ্রমণৰ সময়ত বৈঠকত মিলিত হয় বৈদেশিক মন্ত্রী এছ জয়শংকৰৰে৷ এই ঐতিহাসিক বৈঠকত আফগানিস্তান আৰু ভাৰতে সন্ত্রাসবাদৰ সৈতে মোকাবিলা কৰাৰ বাবে…

লক্ষ্মীপূজাৰ মেলাত অঘটন : বিশ্বনাথৰ সাধাৰুত ছুৰিকাঘাতত যুৱকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰ : বিশ্বনাথৰ সাধাৰুত লক্ষ্মীপূজাৰ মেলাত পুৱতি নিশা এজন যুৱকক ছুৰিকাঘাত কৰি হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে মৃত যুৱকজন চতিয়াৰ নুৰপুৰৰ টুৱেল আলী বুলি চিনাক্ত কৰা হৈছে৷ কালি নিশা মেলাত সামান্য…

এছ আই টিৰ হাতত পৰিল জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্ট

ডিজিটেল ডেস্ক, ১১ অক্টোবৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ২৩ দিন হ'ল। কিদৰে প্ৰিয় শিল্পীগৰাকীয়ে অকাল মৃত্যুক আঁকোৱালি লৈছিল, এয়া জানিবলৈ সমগ্ৰ অসমবাসীয়ে হাহাকাৰ কৰি থকাৰ সময়তে দিল্লীৰ পৰা আহিল জুবিন গাৰ্গৰ ভিছেৰা ৰিপৰ্ট। জানিব…

১৪ অক্টোবৰত ম্যাদ উকলিব জুবিনৰ মৃত্যু গোচৰৰ অভিযুক্তৰ, গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত সাজু দুটা কোঠা

ডিজিটেল ডেস্ক, ১১ অক্টোবৰ : অসমবাসীৰ হিয়াৰ আমঠু জুবিন গার্গৰ মৃত্যুৱে ২২টা দিন অতিক্রম কৰিলে৷ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ বিভিন্ন মহলত চর্চা অব্যাহত থকাৰ সময়তে আহি পালে শিল্পীগৰাকীৰ ভিছেৰা পৰীক্ষাৰ ফলাফল৷ উল্লেখ্য যে ছিংগাপুৰত ১৯…