পৰ্বতঝোৰাৰ মছুলঝোৰা দ্বিতীয় খণ্ড গাঁৱত বন্যহস্তী-ৰ তাণ্ডৱ
পৰ্বতঝোৰাৰ মছুলঝোৰা দ্বিতীয় খণ্ড গাঁৱত বন্যহস্তীৰ তাণ্ডৱ অব্যাহত আছে। কালি নিশা বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ। বন্যহস্তীৰ তাণ্ডৱৰ ফলত নিদ্ৰাহৰণ হৈছে গাঁওবাসীৰ।
বনকৰ্মী আৰু স্থানীয় ৰাইজে লগ হৈ নিশা খেদিলে বন্যহস্তীক।…