গেৰুকামুখত সংগোপনে আৰম্ভ বিদ্যুৎ উৎপাদন, অসমবাসীক অন্ধকাৰত ৰাখি এনএইচপিচিৰ তৎপৰতা
কল্লোল ভৌমিক, নতুন দিল্লী, ১১ অক্টোবৰ : অসমবাসীক অন্ধকাৰত ৰাখি সংগোপনে ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত উৎপাদনৰ কাম আৰম্ভ কৰিছে ৰাষ্ট্রীয় জলবিদ্যুৎ শক্তি নিগম, চমুকৈ এন এইচ পি চিয়ে৷ অৱশ্যে বাণিজ্যিকভাৱে নহয়,…