নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কি শক্তিৰ বলত আজিও SIT-ৰ নজৰৰ পৰা আঁতৰত জয়শ্ৰী গোস্বামী!

যোৱা ১৯ ছেপ্টেম্বৰ ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈ জুবিন গাৰ্গে মৃত্যুক সাবটি লৈছিল। কিন্তু সেই সময়ত তেওঁৰ সৈতে এটা সৰু দল আছিল, যিবোৰৰ মাজত তেওঁৰ পৰিয়াল সদস্য, মেনেজাৰ, সংগীতজ্ঞ আৰু অন্যান্য সহযাত্ৰী আছিল। জুবিনৰ মৃত্যুৰ ঘটনাৰ পিছত এই…

ঠেলামৰা-ত সক্ৰিয় গুলীভৰ্তি পিষ্টলসহ এজনক গ্ৰেপ্তাৰ

ঢেকীয়াজুলিৰ ঠেলামৰা থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলৰ মুছলিম চাপৰিত আজি পুৱা  আৰক্ষীয়ে অভিযান চলাই য়ুচুফ আলী নামৰ লোকজনৰ গৃহৰ পৰা এটা 7.65mm পিষ্টল উদ্ধাৰ কৰাৰ লগতে দুজাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে। আৰক্ষীয়ে য়ুচুফ আলীক গ্ৰেপ্তাৰ কৰি…

সুকন্যা : বিশিষ্ট অভিনেত্রী বিদ্যা ৰাওৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্ৰহণঃ কুমুদ তালুকদাৰ ফোনঃ ৮৬৩৮৪–১৪৯৫৪ ড০ ভূপেন হাজৰিকা পৰিচালিত ‘শকুন্তলা’ ছবিৰ জৰিয়তে চলচ্চিত্র জগতত পদার্পণ কৰিছিল বিশিষ্ট অভিনেত্রী বিদ্যা ৰাৱে৷ পৰৱর্তী সময়ত মন মন্দিৰ, ঘৰ–সংসাৰ, লটিঘটি, প্রতিধ্বনি, মানৱ আৰু দানৱ, জীৱন সুৰভি,…

ৰ’নাল্ডো বিশ্বৰ প্রথম বিলিয়নিয়াৰ ফুটবলাৰ

বিশ্বৰ প্রথমগৰাকী বিলিয়নিয়াৰ ফুটবলাৰ হিচাপে নজিৰ গঢ়িলে পর্তুগালৰ তাৰকা ফুটবলৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে৷ বিশ্বৰ অন্যতম শ্রেণ্ঠ ফুটবলাৰ ৰ’নাল্ডোৰ মুঠ সম্পত্তিৰ পৰিমাণ ১.৪ বিলিয়ন ডলাৰ৷ যিটো ভাৰতীয় মুদ্রাত ১২,৪২৮ কোটি টকাতকৈও অধিক৷ শেহতীয়া…

ডিমৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ডিমৰীয়াৰ তেতেলীয়া লালমাটিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন লোক নিহত লোকজন স্থানীয় ভবেন বড়ো বুলি চিনাক্ত কৰা হৈছে জাগীৰোডৰ পৰা গুৱাহাটী অভিমুখী পথচোৱাত…

নিজক সংশোধন কৰাৰ সময়

নতুনে পুৰণিচামক, পুৰণিচামে নতুনক কেৱল দোষাৰোপ কৰিয়ে যিকোনো সমস্যা সমাধান কৰিব নোৱাৰে৷ সমাজ সংস্কাৰো কৰিব নোৱাৰে৷ সমাজ সংস্কাৰ হ’বলৈ সকলোৱে নিজেই নিজক সংস্কাৰ কৰাটো অতীব প্রয়োজন৷ সাম্প্রতিক সমাজ ব্যৱস্থালৈ লক্ষ্য কৰিলে সকলোৰে মনলৈ হয়তো এটাই…

কাছাৰত SBI শাখাত চোৰৰ চাফাই অভিযান

কাছাৰৰ সোনাই নতুন বজাৰত SBI শাখাত চুৰি কাণ্ড। চোৰে লুটি নিলে বেংকৰ কম্পিউটাৰ মনিটৰসহ  ইউপিএছ। সন্ধিয়া সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বেংকৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি এই চুৰি কাণ্ড সংঘটিত হৈছিল। বেংকৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ৯ অক্টোবৰ, আহিন মাহৰ ২২ তাৰিখ বৃহস্পতিবাৰ : তিথি–কৃষ্ণ দ্বিতীয়, নক্ষত্র : ভৰণী, যাত্রা : নাই মেষ : কর্মক্ষেত্রত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰক চিন্তাৰ কাৰণ হ’ব৷ শতভিষাৰ জাতকৰ কোনো উন্নত যোগাযোগৰ…

অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰিণিকি ভূঞা শৰ্মা-ৰ

অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ প্ৰাইড ইষ্টৰ চিএমডি ৰিণিকি ভূঞা শৰ্মা-ৰ CJM আদালতত মানহানিৰ গোচৰ তৰিলে ৰিণিকি ভূঞা শৰ্মাই ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব' পতা বুলি অখিলৰ অভিযোগ নস্যাৎ দূৰ-দূৰণিলৈও নৰ্থ ইষ্ট…

কাইলৈ কটন-ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন, ১৬ পদৰ বিপৰীতে ৩৪ প্ৰাৰ্থী

কাইলৈ অনুষ্ঠিত হ'ব কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ বাবে স্থগিত ৰখা এই নিৰ্বাচনৰ অংশ হিচাপে আজি মুকলি বিতৰ্ক অনুষ্ঠিত হৈ যায়। এইবাৰৰ নিৰ্বাচনত মুঠ ১৬টা পদৰ বিপৰীতে ৩৪গৰাকী প্ৰাৰ্থী নিৰ্বাচনত…