নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি… কাঠৰ প্ৰতিমূৰ্তি নিৰ্মাণত ব্যস্ত বিলাসীপাৰাৰ জুবিন অনুৰাগী

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৪ অক্টোবৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এগৰাকী জুবিন অনুৰাগীয়ে মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ নিৰ্মাণ কৰিবলৈ লৈছে এটি কাঠৰ প্ৰতিমূৰ্তি। বিলাসীপাৰাৰ লুটাপাৰা গাঁৱৰ বাসিন্দা তথা পেছাত কাঠমিস্ত্রী চৈতাৰাম নাথ…

পুত্ৰৰ খবৰ ল’বলৈ চি আই ডিৰ কাৰ্যালয়ত শ্যামকানুৰ মাতৃ : ভাজি আৰু দালিৰেই পেট পূৰাইছে…

বিশেষ বাৰ্তা, ৪ অক্টোবৰ : এসময়ত বিলাসী জীৱন কটোৱা দগাবাজ শ্যামকানুৰ বৰ্তমানৰ ঠিকনা চি আই ডিৰ লকআপ। চি আই ডিৰ লকআপত বৰ্তমান দিন-ৰাতি পাৰ কৰা শ্যামকানুৰ বাবে নৰকসদৃশ হৈ পৰিছে এই দিনকেইটা। লকআপত শ্যামকানুৱে পোৱা নাই নিজৰ প্ৰিয় খাদ্য। এনে…

বইটামাৰীত ভয়াৱহ পথ দুৰ্ঘটনা : দুই যুৱকৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, বইটামাৰী, ৪ অক্টোবৰ : বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী এলেকাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৰখাতাত কালি আবেলিৰ ভাগত  বাইক আৰু আলট্ৰা বাছৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত ঘটনাস্থলীতে এজন বাইক আৰোহীৰ মৃত্যু হোৱাৰ বিপৰীতে আনজন…

মোক শান্তিৰ ন’বেল বঁটা নিদিয়াটো আমেৰিকাৰ প্রতি অপমান : ক্ষুণ্ণ ট্রাম্প

নিউজ ডেস্ক, ৪ অক্টোবৰ : শান্তিৰ ন’বেল বঁটাক লৈ পুনৰ অভিমান প্রকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ ন’বেল কমিটীৰ ওপৰতো ক্ষুণ্ণ হৈছে মার্কিন ৰাষ্ট্রপতি ট্রাম্প৷ ৱাশ্বিংটনত এক অনুষ্ঠানত অংশগ্রহণ কৰি ৰাষ্ট্রপতি ট্রাম্পে…

মানকাচৰত UCO বেংকত ৰহস্যজনক চুৰি কাণ্ড : বেংকৰ ভিতৰতেই উদ্ধাৰ হ’ল চুৰি টকা

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ কালোঘাটপাৰৰ ওচৰত অৱস্থিত ২নং UCO বেংকত কালি এক চুৰি কাণ্ড সংঘটিত হোৱা বুলি বেংকৰ মেনেজাৰজনে মানকাচৰ আৰক্ষী থানাত খবৰ দিয়ে। শাখাটোৰ তলা কাটি চোৰে বেংকৰ ভিতৰত প্ৰৱেশ কৰি চুৰি…

জুবিন গার্গক ন্যায় দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ, জুবিনৰ মৃত্যুক লৈ ৰাজনীতি নকৰিব

🔹 ফেচবুক লাইভযোগে মুখ্যমন্ত্রীৰ স্পষ্ট ঘোষণা বিশেষ বাৰ্তা, ৪ অক্টোবৰ : ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গার্গক ন্যায় দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ৷ চৰকাৰে নিষ্ঠাৰে এই দায়িত্ব পালন কৰিব৷ এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷…

ইউপিপিএলৰ সংগ ত্যাগ কৰিলেহে এনডিএত থাকিব বিপিএফ : বিজেপিক চর্ত বান্ধি দিলে হাগ্রামাই

বিশেষ বাৰ্তা, ৪ অক্টোবৰ : ইউপিপিএলক এনডিএৰ পৰা আউট কৰাৰ পিছত বিপিএফ এনডিএত চামিল হ’ব৷ এই চর্ত হাগ্রামা মহিলাৰীৰ৷ কোকৰাঝাৰস্থিত বড়োলেণ্ড অতিথিশালাত বিপিএফৰ নীতি নির্ধাৰক কমিটীৰ এখন গুৰুত্বপূর্ণ বৈঠকৰ পিছত সংবাদ মেলত এই কথা সদৰী কৰে হাগ্রামা…

হাইক’ৰ্টৰ ন্যায়াধীশ সৌমিত্র শইকীয়াক লৈ গঠন হ’ব ন্যায়িক আয়োগ : জুবিনৰ মৃত্যুৰ ন্যায়িক তদন্ত ঘোষণা…

বিশেষ বাৰ্তা, ৪ অক্টোবৰ : প্রাণৰ শিল্পী জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্ত ঘোষণা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে এই কথা ঘোষণা কৰি কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বর্তমানৰ ন্যায়াধীশ সৌমিত্র…

জুবিনৰ অসুস্থতালৈ দায় ঠেলি নিজকে নির্দোষী সজোৱাৰ অপচেষ্টা দগাবাজ শ্যামকানুৰ

বিশেষ বাৰ্তা, ৪ অক্টোবৰ : সমগ্র অসমবাসীক শোকদগ্ধ কৰি ৰখা প্রাণৰ শিল্পী জুবিন গার্গৰ দুর্ভাগ্যজনক মৃত্যুক লৈ যেন অকণো অনুশোচনাত ভোগা নাই সংস্কৃতিৰ দালাল শ্যামকানু মহন্ত৷ ছিংগাপুৰত আয়োজিত নর্থ–ইষ্ট ফেষ্টিভেললৈ অংশগ্রহণৰ বাবে মাতি নি জুবিন…

ধনীৰ পৰা ধনীলৈ

যদিও ভবা যায় ৰাজনৈতিক শক্তি আৰু সামৰিক শক্তিয়ে পৃথিৱীখন পৰিচালিত কৰিছে, কিন্তু বাস্তৱত ঠিক সেয়া নহয়৷ প্রকৃতার্থত ক’বলৈ গ’লে পৃথিৱীখন এতিয়া পৰিচালিত কৰিছে বাণিজ্যইহে৷ ব্যৱসায় তথা বাণিজ্যইহে এই মুহূর্তত বিশ্বৰ ৰাজনীতি তথা সামৰিক শক্তিৰ প্রয়োগ…