জুবিন গাৰ্গ-ৰ মৃত্যুৰ ন্যায় বিচাৰি গোচৰ দাখিল অসমীয়া মহিলা মঞ্চৰ
প্ৰাণৰ শিল্পী জুবিন গাৰ্গ-ৰ অকাল মৃত্যুৰ ন্যায় বিচাৰি দুলীয়াজান আৰক্ষী থানাত গোচৰ তৰিলে অসমীয়া মহিলা মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে। যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সংগীত জগতৰ উজ্জ্বল নক্ষত্র জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ জগৰীয়া সাব্যস্ত কৰি…