নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপ কোৱালিফায়াৰত পৰাস্ত জার্মানী, ঘৰৰ মাটিত অন্তিম মেচ মেছিৰ

জার্মানী-ৰ ফিফা বিশ্বকাপ ২০২৬ৰ যোগ্যতা অর্জনৰ অভিযান পৰাজয়েৰে আৰম্ভ হৈছে৷ শ্লোভাকিয়াৰ ব্রাটিশ্লাভাত অনুষ্ঠিত গ্রুপ এৰ এখন মেচত দুর্বল দল শ্লোভাকিয়াৰ হাতত ০–২ গ’লত পৰাজয় স্বীকাৰ কৰে৷ অৱশ্যে স্পেইন আৰু বেলজিয়ামে জয়লাভ কৰি সম্পূর্ণ পইণ্ট…

২২ ছেপ্টেম্বৰত BTR-ত চৰকাৰী বন্ধ ঘোষণা

বিটিচি নির্বাচনৰ ভোটগ্রহণৰ দিনা অর্থাৎ অহা ২২ ছেপ্টেম্বৰত BTR-ত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে৷ সেইদিনা বিটিআৰত থকা সকলো চৰকাৰী–বেচৰকাৰী কার্যালয়, শিক্ষা প্রতিষ্ঠান আৰু বেংক–চাহ বাগিচাসহ বাণিজ্যিক প্রতিষ্ঠানসমূহ বন্ধ থাকিব৷ এই সন্দর্ভত ৰাজ্য…

২১ নৱেম্বৰত ছবিঘৰলৈ বহুপ্রতীক্ষিত ছবি ককাদেউতা নাতি আৰু হাতী ২

ককাদেউতা নাতি আৰু হাতী ২ : অহা ২১ নৱেম্বৰত ছবিগৃহলৈ আহিব প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ বেনাৰত নির্মিত বহুপ্রতীক্ষিত ছবি ‘ককাদেউতা নাতি আৰু হাতী ২’৷ ছবিখনৰ পোষ্টাৰ মুকলি কৰি এই কথা ঘোষণা কৰিছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট…

মুম্বাইত ৪০০ কেজি RDX-ৰে ৩৪ মানৱ বোমা, ছিকিউৰিটী এজেঞ্চীৰ হাই এলার্ট

ত্রাসিত মুম্বাই৷ RDX হাই এলার্ট জাৰি মুম্বাই আৰক্ষীৰ৷ মায়ানগৰী মুম্বাই মানৱ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি সন্ত্রাসবাদীয়ে মুম্বাইৰ যান–বাহন আৰক্ষীৰ হোৱাটছএপ নম্বৰলৈ প্রেৰণ কৰাৰ পাছতেই সমগ্র চহৰখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷…

AMCH-ত ভয়ংকৰ ঘটনা, প্রসূতি বিভাগৰ আইচিইউৰ পৰা নৱজাতক সলনি

অসম চিকিৎসা মহাবিদ্যালয় (AMCH)ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা৷ চিকিৎসা মহাবিদ্যালয়খনৰ প্রসূতি বিভাগৰ আই চি ইডৰ পৰা নৱজাতক সলনি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ জানিব পৰা অনুসৰি ভুক্তভোগী পিতৃ–মাতৃয়ে মেডিকেলৰ বৰবাৰী আৰক্ষী চকীত তৰিছে এক গোচৰ৷…

মধ্যবিত্তৰ মজা

জুন–জুলাইৰ পৰা ছেপ্টেম্বৰৰ প্রায় মাজভাগলৈ এটা বাতৰিয়ে সঘনাই সংবাদ মাধ্যম গৰম কৰি ৰাখিছে৷ অত্যাৱশ্যকীয় সামগ্রীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বাতৰিয়ে এই সময়ছোৱাত সংবাদ শিৰোনাম দখল কৰাৰ পৰিৱর্তে মধ্যবিত্তক মাধমাৰ শোধাই থাকে৷ চাউল, দাইল, চেনিৰ পৰা…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ ছেপ্টেম্বৰ, ভাদ মাহৰ ২০ তাৰিখ শনিবাৰ : তিথি–শুক্লা চতুৰ্দশী, নক্ষত্র : ধনিষ্ঠ, যাত্রা : মধ্যম মেষ : সকলো দিশতেই উদাৰতা আৰু সংযম ৰক্ষা পৰিব৷ হনুমানক পূজা কৰক৷ পানীৰ পৰা সাৱধান৷ ভ্রমণত শুভ। শুভ ৰং কমলা, শুভ সংখ্যা ৫৷ বৃষ : আর্থিক লাভ…

দিছপুৰ আৰক্ষীৰ জালত জনতা ভৱনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, চি এম ভিজিলেঞ্চৰ নামত ধনদাবী

বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰ : দিছপুৰ আৰক্ষীৰ জালত পৰিল জনতা ভৱনৰ চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰী। চি এম ভিজিলেঞ্চৰ নামত দাবী কৰা ধন ল'বলৈ আহি আৰক্ষীৰ জালত পৰে ৰাতুল ডেকা নামৰ লোকজন। পাণবজাৰত ধন ল'বলৈ অহা জনতা ভৱনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজন ডিমৌৰ…

ৰাজ কুন্দ্ৰা-শিল্পা শেট্টীয়ে ইচ্ছা কৰিলেও যাব নোৱাৰিব বিদেশ ভ্ৰমণত, লুকআউট নটিচ জাৰি

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : শিল্পা শেট্টী আৰু ৰাজ কুন্দ্ৰাক যেন আইনী বিতৰ্কই লগ নেৰা হৈছে! যোৱা আগষ্ট মাহত মুম্বাইৰ এজন ব্যৱসায়ীয়ে তাৰকা দম্পতীৰ বিৰুদ্ধে ৬০ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগত এফআইআৰ দাখিল কৰিছিল। তেওঁ দাবী কৰে যে এসময়ত তেওঁ…

শিক্ষক দিৱসত গৰৈমাৰী আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ : শিক্ষাগুৰুক সন্মান যাচিলে দুই আৰক্ষী বিষয়াই 

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : পৱিত্ৰ শিক্ষক দিৱসৰ দিনাই দুজন আৰক্ষী বিষয়াই সন্মান যাচিলে গৰৈমাৰীৰ এখন আগশাৰীৰ ব্যক্তিগত বিদ্যালয়ৰ শিক্ষাগুৰুসকলক। জ্ঞানৰ ভঁৰাল হিচাপে বিবেচনা কৰা শিক্ষাগুৰুক উৎসাহ যোগাবলৈ বিদ্যালয়ত শিক্ষক দিৱসৰ অনুষ্ঠান চলি…