নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাপেখাতীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু : শাহু-স্বামীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

🔹 মৃত্যুৰ হৈতে যুঁজি থকা অৱস্থাতো স্বামীৰ প্ৰহাৰ নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : চৰাইদেউ জিলাৰ সাপেখাতীত শেহতীয়াকৈ এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । উল্লেখ্য যে জিলাখনৰ সাপেখাতী আৰক্ষী থানাৰ…

মাতৃ-পিতৃ বন্দনাৰ বাবে দিন ঘোষণা ৰাজ্য চৰকাৰৰ, একেলগে ৩ দিন ছুটী

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ। মাতৃ-পিতৃ বন্দনাৰ বাবে বিশেষ দিন ঘোষণা ৰাজ্য চৰকাৰৰ। ১৪ আৰু ১৫ নৱেম্বৰ চৰকাৰী কৰ্মচাৰীলৈ ‘মাতৃ-পিতৃ বন্দনা’ৰ বিশেষ ছুটী ঘোষণা ৰাজ্য চৰকাৰৰ। ১৬ নৱেম্বৰ দেওবাৰ। অৰ্থাৎ ৩ দিনৰ বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে।…

২০ শতাংশ বোনাছৰ দাবীত নাগিনীজানত ‘আছা’ৰ প্ৰতিবাদ,  স্মাৰক-পত্ৰ প্ৰদান

বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰ : দুৰ্গাপূজাৰ পূৰ্বে চাহ বাগিচাসমূহত বোনাছকেন্দ্ৰিক সংঘাত সৃষ্টি হোৱা দেখা যায় । এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই । মৰিয়নিৰ জালিংগা টি কোম্পানী (ইণ্ডিয়া) প্ৰাইভেট লিমিটেডৰ অধীনস্থ নাগিনীজান চাহ বাগিচাত বোনাছক কেন্দ্ৰ…

ইণ্ডিয়ান অইল কর্প’ৰেচনত ৫৩৭টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৮ ছেপ্টেম্বৰ ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডত খালী হোৱা ৫ শতাধিক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

নগাঁৱত চলন্ত শৌচালয় মুকলি বিধায়কৰ, উপকৃত হ’ব চাহ বাগিচাৰ শ্ৰমিক 

বিশেষ বাৰ্তা, ৪ ছেপ্টেম্বৰ : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এক আঁচনিৰ অধীনত ৰাজ্যখনৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ অনাময় ব্যৱস্থাৰ সুবিধাৰ্থে ফ'ৰ চিটাৰ ট্ৰেইলাৰ মাউণ্টেড টয়লেট নামৰ চলন্ত শৌচালয় সেৱা মুকলি কৰিছে। প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্যখনত ২০০ চলন্ত…

ছাত্র-ছাত্ৰীক পোছাক যোগান ধৰা ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা কমিছন বিচাৰি হাৰাশাস্তি

🔹 ৰূপহী প্ৰাথমিক শিক্ষাখণ্ডৰ গাণনিকৰ বিৰুদ্ধে জিলা আয়ুক্তক অভিযোগ মহিলাৰ  বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰ : স্কুলীয়া ছাত্র-ছাত্ৰীক ইউনিৰ্ফম যোগানৰ নামত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ সময়ে সময়ে উত্থাপিত হৈ আছে। বিদ্যালয় পৰিচালনা সমিতি,…

গুৱাহাটীত বিশ্বকাপৰ মেচ চাবলৈ কম দামতে সংগ্ৰহ কৰক টিকট

১২ বছৰৰ পিছত ভাৰতে মহিলা এদিনীয়া বিশ্বকাপৰ আয়োজনৰ বাবে প্ৰস্তুত হৈছে। ৩০ ছেপ্টেম্বৰত ভাৰতীয় দল আৰু শ্ৰীলংকা দলৰ মাজত প্ৰথম মেচ গুৱাহাটীত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ইয়াত এক ভৱ্য উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হ’ব, য’ত শ্ৰেয়া ঘোষালে তেওঁৰ…

ঢকুৱাখনাত অসহায় পিতৃ-মাতৃৰ হিয়াভগা কান্দোন, দুৰাৰোগ্য ৰোগত আক্ৰান্ত পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে…

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : ঢকুৱাখনাৰ সোণাৰি চাপৰিৰ এহাল অসহায় পিতৃ-মাতৃ। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত পুত্ৰক লৈ অসহায় মাতৃৰ হিয়াভগা কান্দোন। ঢকুৱাখনাৰ সোণাৰি চাপৰিৰ ভদ্ৰশীল বৈশ্য নামৰ ২৬ বছৰীয়া যুৱকজন আক্ৰান্ত হৈছে দুৰাৰোগ্য কৰ্কট…

নেপাল চৰকাৰৰ কঠোৰ পদক্ষেপ : ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবক নিষিদ্ধ ঘোষণা

নেপালে ফেচবুক, ইনষ্টাগ্ৰাম আৰু এক্সকে ধৰি ২৬টা ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। এই প্লেটফৰ্মসমূহে সাত দিনৰ ভিতৰত নেপালৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ত পঞ্জীয়ন কৰোৱাৰ কথা আছিল, কিন্তু সেইটো কৰাত ব্যৰ্থ হৈছিল।…

এইবাৰ লখিমপুৰত উচ্ছেদ অভিযান, জাননী জাৰি প্ৰশাসনৰ

লখিমপুৰ বিধানসভা সমষ্টিত চাৰে তিনি হাজাৰ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা হ’ব ৷ সদ্যহতে লখিমপুৰৰ পশ্চিম চানমাৰীত চলিব উচ্ছেদ অভিযান ৷ ১৯০ ঘৰ বেদখলকাৰীলৈ পঠিওৱা হৈছে জাননী ৷ লখিমপুৰ জিলা প্ৰশাসনে বান্ধি দিলে ১৫ দিনৰ সময় সীমা। এতিয়া বেদখলকাৰীয়ে…