নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত নিষিদ্ধ গো-মাংসসহ এজনক আটক আৰক্ষীৰ

ধুবুৰীৰ বালাজানত নিষিদ্ধ গো-মাংসসহ এজন আটক কৰে আৰক্ষীয়ে। গৌৰীপুৰৰ বালাজান ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বালাজান আৰক্ষীৰ অভিযান চলাই এখন টেম্পোত অভিযান চলাই ৩১টা পেকেটত প্ৰায় ৩০০ কেজি নিষিদ্ধ মাংস জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰে বালাজান…

এদিনীয়া ক্ৰিকেটৰ অলৰাউণ্ডাৰৰ শীৰ্ষত জিম্বাবৱেৰ ছিকন্দৰ ৰাজা

আজি আই চি চিয়ে ৰেংকিং প্ৰকাশ কৰিছে, য’ত এদিনীয়া অলৰাউণ্ডাৰ ৰেংকিঙত এক বৃহৎ পৰিৱৰ্তন হৈছে। আফগানিস্তানৰ খেলুৱৈ আজমতুল্লাহ উমৰজাই প্ৰথম স্থানৰ পৰা নামি দ্বিতীয় স্থানত আহিছে। তেওঁৰ স্থান লৈছে জিম্বাবৱেৰ ছিকন্দৰ ৰাজাই, যিয়ে ৩০২ ৰেটিং পইণ্টৰ…

হিটমেন ৰোহিতৰ অভিলেখ ভংগ মহম্মদ ৱাছিমৰ, আন এক ৰেকৰ্ডৰ সন্ধিক্ষণত UAEৰ অধিনায়ক

শ্বাৰজাহত খেলা টি-২০ ত্ৰিদেশীয় শৃংখলাৰ মেচত যদিও আফগানিস্তানে সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ক ৩৮ ৰানত পৰাস্ত কৰিছিল, তথাপি ইউ এ ইৰ অধিনায়ক মহম্মদ ৱাছিমে তেওঁৰ বিস্ফোৰক বেটিঙৰ জৰিয়তে এক বৃহৎ ইতিহাস ৰচনা কৰিছে। ৱাছিমে কেৱল দলটোক এক…

পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ নিৰ্যাতিত সংখ্যালঘুক ভাৰতত থকাৰ অনুমতি

ধৰ্মীয় নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা ৩১ ডিচেম্বৰ ২০২৪ৰ ভিতৰত ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ সদস্যসকলক পাছপ’ৰ্ট বা অন্য ভ্ৰমণ নথি অবিহনে দেশত থকাৰ অনুমতি দিয়া হ’ব।…

ভাৰতত প্ৰৱেশৰ নিয়ম শিথিল, প্রতিৱেশী দেশৰ নাগৰিকৰ বাবে সুখবৰ

নেপাল আৰু ভূটানৰ নাগৰিকৰ লগতে ভাৰতলৈ স্থল বা বিমান পথেৰে প্ৰৱেশ কৰা ভাৰতীয় নাগৰিকসকলৰ পাছপ’ৰ্ট বা ভিছা প্ৰদৰ্শনৰ প্ৰয়োজন নহ’ব। ২০২৫ চনৰ ইমিগ্ৰেচন এণ্ড ফৰেইনাৰ্ছ (নাগৰিক) আইন প্ৰৱৰ্তনৰ পিছত গৃহ মন্ত্ৰালয়ৰ (MHA) পৰা জাৰি কৰা এক আদেশ…

গুৰুগ্ৰামত বৃদ্ধক হানীট্ৰেপত ফঁচাই ১০ লাখ টকাৰ ধন দাবী, আৰক্ষীৰ জালত ৩

দিল্লীৰ সমীপৰ চাইবাৰ চিটি গুৰুগ্ৰামত এজন বৃদ্ধক হানীট্ৰেপত ফঁচাই ১০ লাখ টকাৰ ধন দাবী কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। হানীট্ৰেপাৰে বৃদ্ধজনক নিজৰ জালত ফঁচাবলৈ প্ৰথমে তেওঁৰ মবাইলত মিছড কল দিছিল। যেতিয়া বৃদ্ধজনে কলবেক কৰিছিল, তেতিয়া এগৰাকী মহিলাই…

বিপদত কৰিশ্মা নাথ : দেৰগাঁও থানাত এজাহাৰ দাখিল

নাগাৰা নামৰ বিতৰ্কিত গায়িকা কৰিশ্মা নাথে বিষ্ণুপ্ৰসাদ ৰাভাৰ 'পৰজনমৰ শুভ লগনত' শীৰ্ষক কালজয়ী গীতটো বিকৃত ৰূপত পৰিৱেশন কৰাক লৈ ৰাজ্যজুৰি সচেতন মহলৰ মাজত ক্ষোভৰ বহিপ্ৰকাশ ঘটা দেখা গৈছে। সচেতন লোকসকলে গায়িকাগৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত…

৮ ছেপ্টেম্বৰৰ পৰা চাহপাত নিছিঙাৰ সিদ্ধান্ত, ৰাজপথলৈ সহস্ৰাধিক ক্ষুদ্ৰ চাহ খেতিয়ক

অসমৰ বহু লোকৰ জীয়াই থকাৰ অন্যতম সম্বল হৈছে ক্ষুদ্ৰ চাহ খেতি। য'ত জড়িত হৈ আছে লাখ লাখ চাহ কৃষকৰ পৰিয়াল। বৰ্তমান চাহৰ ওপৰত অসম চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই, যাৰ ফলশ্ৰুতিত প্ৰতিবছৰেই নিম্নগামী হৈ গৈ আছে কেঁচা চাহপাতৰ মুল্য। বিগত সময়ছোৱাত দেখা…

বকোত উত্তপ্ত পৰিস্থিতি, শূন্যলৈ গুলীচালনা

বকোৰ কালিয়াবড়ীত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি দেখি শূন্যলৈ গুলীচালনা কৰে বন বিভাগে। মূল্যৱান চেগুন কাঠ সৰবৰাহ কৰা বাহন এখন জব্দ কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। AS01 EC 2561 TATA ACE নম্বৰৰ বাহনখনেৰে সৰবৰাহ কৰা হৈছিল…

হেৰোইনসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ মানকাচৰ আৰক্ষীৰ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত জোৰডাঙ্গাত অভিযান চলাই ২২ গ্ৰাম হেৰ’ইনসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী যুৱক দুজনক। ধৃত ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনৰ নাম মণিৰুল ইছলাম আৰু নুৰ আজিজ। তেওঁলোকৰ ঘৰ মানকাচৰৰ জোৰডাঙ্গাত।…