যশস্বী অভিনেতা অৰুণ নাথক ২০২৫ বৰ্ষৰ ভবেন বৰুৱা বঁটা প্ৰদান
■অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগ
■নলবাৰীত সপ্তদশ বাৰ্ষিক ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা
■অসমীয়া জাতি আজি অস্তিত্বৰ সংকটতঃ পলাশ চাংমাই।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত…