নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ৩ ছেপ্টেম্বৰ, ভাদ মাহৰ ১৭ তাৰিখ বুধবাৰ : তিথি–শুক্লা একাদশী, নক্ষত্রঃ পূর্ব্বষাঢ়া, যাত্রাঃ মধ্যম মেষঃ বন্ধু–বান্ধৱৰ লগত মন খুলি কথা ক’লেও মূল কথা ব্যক্ত নকৰিব৷ কোনো নভবা প্রসংগই আমনি দিব পাৰে৷ বিদ্যাৰ চেষ্টাত সুফল৷…

চাংসাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত স্কুটী আৰোহী যুৱতী

৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাংসাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। চাংসাৰি F.C.I. গুদামৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত থিতাতে মৃত্যু হয় এগৰাকী যুৱতীৰ। যুৱতীগৰাকী উত্তৰ গুৱাহাটী শিলসাঁকোৰ মন্দিৰা বৰদলৈ বুলি চিনাক্ত। বাইহাটা চাৰিআলিৰ ফালৰ…

এয়াৰপ’ৰ্ট অথৰিটী অৱ ইণ্ডিয়াত ৯৭৬টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৭ ছেপ্টেম্বৰ এয়াৰপ’ৰ্ট অথৰিটী অৱ ইণ্ডিয়াত খালী হোৱা ৯ শতাধিক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

হোজাইত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

নাৰীশক্তি সবলীকৰণৰ বাবে মূল পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আজি অনুষ্ঠিত হয় হোজাইত৷ আজি হোজাইত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি হোজাই বিধানসভা সমষ্টিৰ ৩১,৯১০গৰাকী আইমাতৃ-ভনীক প্ৰাৰম্ভণি মূলধনৰ চেক…

বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ কৰুণ মৃত্যু, গৰৈমাৰীত অঘটন

ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী সত্ৰ গাঁৱত আজি দুপৰীয়া বিদ্যুৎস্পৃষ্ট হৈ সঞ্জীত মণ্ডল নামৰ যুৱক এজনৰ কৰুণভাৱে মৃত্যু হয়৷ জানিব পৰা মতে গৰৈমাৰী সত্ৰ গাঁও নিবাসী সুনীল মণ্ডলৰ পুত্ৰ সঞ্জীত মণ্ডল (৩৫) আজি দুপৰীয়া নিজগৃহৰ চিলিং ফেনত বিদ্যুৎ…

ইতিহাস সৃষ্টি ৰাছিদ খানৰ, তালিকাত নাম নাই কোনো ভাৰতীয় বলাৰৰ

এছিয়া কাপ-২০২৫ৰ পূৰ্বে আফগানিস্তানৰ অধিনায়ক ৰাছিদ খানে ইতিহাস সৃষ্টি কৰিছে। ৰাছিদ খান টি-২০ আন্তৰ্জাতিকত সৰ্বাধিক উইকেট লোৱা বলাৰ হিচাপে পৰিগণিত হৈছে। ৰাছিদে ১ ছেপ্টেম্বৰৰ নিশা সংযুক্ত আৰব আমিৰশ্বাহীৰ (ইউ এ ই) বিৰুদ্ধে খেলা মেচত এই মাইলৰ…

ৰিয়ান পৰাগৰ নেতৃত্বত কে থিম্মাপ্পাইয়া সোঁৱৰণী ক্ৰিকেটলৈ অসম দল ঘোষণা

বেংগালুৰুত ৪ ছেপ্টেম্বৰৰ পৰা হ’বলগীয়া  কে এছ চি এ  ড° (কেপ্তেইন) কে থিম্মাপ্পাইয়া সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে ৰিয়ান পৰাগৰ নেতৃত্বত অসমৰ ২০জনীয়া দলটো ঘোষণা কৰা হৈছে। লীগ পৰ্যায়ত অসমে মুম্বাই, কৰ্ণাটক আৰু  গুজৰাটৰ বিৰুদ্ধে খেলিব।…

কে. কবিতাক নিলম্বন BRSৰ, জীয়ৰীক লৈ পিতৃ চন্দ্ৰশেখৰ ৰাওৰ কঠোৰ সিদ্ধান্ত

আজি ভাৰতীয় ৰাষ্ট্ৰ সমিতি (BRS)য়ে এম এল চি কে. কবিতাক দলৰ বিৰুদ্ধে মন্তব্য কৰাৰ কাৰণে নিলম্বন কৰিছে। গুৰুত্বপূৰ্ণ কথা যে এই নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কবিতাৰ পিতৃ তথা তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওয়ে। BRSয়ে এই…

ভাৰতৰ অর্ধপৰিবাহী বিপ্লৱ

🔹 অশ্বিনী বৈষ্ণৱ প্রথম অৱস্থাত কম্পিউটাৰসমূহ আছিল একো একোটা বিশাল মেচিন, যিসমূহে এটা কোঠাৰ গোটেই ঠাই আগুৰি ধৰিছিল৷ তেতিয়া এইসমূহ ‘অন–অফ’ ছুইচৰ দৰে কাম কৰা হাজাৰ হাজাৰ ভেকুৱাম টিউবৰ সহায়ত চলিছিল৷ এইসমূহ আজি আমি ব্যৱহাৰ কৰা মসৃণ ডিভাইচসমূহৰ…

বিলাসী ষ্টাৰ্ক : চকু কপালত উঠিব সম্পত্তি, গাড়ীৰ সংগ্ৰহ, উপাৰ্জনৰ তথ্য দেখিলে

আজি মিচেল ষ্টাৰ্কে আন্তৰ্জাতিক টি-২০ ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা কৰি সকলোকে চমক দিছে। তেওঁ জনোৱা মতে, তেওঁ এতিয়া টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত মনোনিৱেশ কৰিব বিচাৰে, আৰু সেয়েহে টি-২০ ফৰ্মেটৰ পৰা বিদায় লোৱাৰ এইটোৱে উপযুক্ত সময়। ষ্টাৰ্কৰ পত্নী…