নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ ছেপ্টেম্বৰত বিশ্বনাথত বৃহৎ উচ্ছেদ অভিযান চৰকাৰৰ

বিশ্বনাথৰ নিজ বাঘমাৰীত অহা ৭ ছেপ্টেম্বৰত চলিব বৃহৎ উচ্ছেদ অভিযান৷ VGR ভূমিত বেদখল কৰি থকা ৪৩৩টা পৰিয়ালক কৰা হ'ব উচ্ছেদ৷ ইতিমধ্যে ১৫ দিনৰ ভিতৰত বেদখলকাৰীসকলক বেদখলকৃত ভূমি এৰি যাবলৈ দিয়া হৈছিল নিৰ্দেশ৷ উচ্ছেদৰ দিনা উচ্ছেদ স্থলীৰ ১০০ মিটাৰ…

GMCHৰ নৱজাতকৰ মৃত্যু কাণ্ডৰ বাবে শাস্তি ঘোষণা, কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ

GMCHৰ নৱজাতকৰ মৃত্যু কাণ্ডৰ অৱশেষত কঠোৰ হল জিএমচিএইচ কৰ্তৃপক্ষ। তদন্ত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত ৬ মাহৰ বাবে নিলম্বন কৰা হ'ল ডাঃ হৃষীকেশ ঠাকুৰীয়া আৰু ডাঃ পূজাক। এই দুয়োগৰাকীৰে ভুক্তভোগীৰ এজাহাৰত নাম আছিল ইফালে ICU টেকনিচিয়ান ঈশানজ্যোতি…

৭ ছেপ্টেম্বৰত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ : জানক সময়, সাৱধানতা, কিছু কৰণীয়

৭ ছেপ্টেম্বৰত বছৰৰ দ্বিতীয় পূৰ্ণ চন্দ্ৰগ্ৰহণ (Total Lunar Eclipse) হ’ব। জ্যোতিষীসকলৰ মতে, এই চন্দ্ৰগ্ৰহণ অত্যন্ত শক্তিশালী আৰু এইটো পিতৃপক্ষৰ সময়ত ঘটি আছে, যি কেৱল ৰাতিৰ আকাশকেই নহয়, আমাৰ আত্মাকো প্ৰভাৱিত কৰে। এই গ্ৰহণক গুৰুত্বপূৰ্ণ বুলি…

ছুডানত ভয়াৱহ ভূমিস্খলনত কমেও ১০০০ লোকৰ প্ৰাণহানি, মৃত্যু উপত্যকাত পৰিণত এখন গাঁও

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : আফ্ৰিকান ৰাষ্ট্ৰ ছুডানত ভয়াৱহ ভূমিস্খলনৰ এক শোকাৱহ ঘটনা সংঘটিত হৈছে। পশ্চিম ছুডানৰ দাৰফুৰ অঞ্চলৰ এখন পাহাৰীয়া গাঁও ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে। দেশখনৰ বিদ্ৰোহী সংগঠন দ্য ছুডান লিবাৰেচন…

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্রবল বৰষুণক লৈ আগজাননী : পাহাৰীয়া ৰাজ্যসমূহত ভয়াৱহ ভূমিস্খলন

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : আগষ্টৰ দৰেই ছেপ্টেম্বৰ মাহতো প্রবল বৰষুণে উত্তৰ ভাৰতৰ ৰাজ্যসমূহলৈ ভাবুকি নমাই আনিব৷ প্রধানতঃ পাহাৰীয়া জিলাসমূহত ভূমিস্খলন, ডাৱৰ বিস্ফোৰণ আৰু প্রলয়ংকৰী বানে জনজীৱনলৈ হাহাকাৰ পৰিস্থিতি কঢ়িয়াই আনিব পাৰে৷ ভাৰতীয় বতৰ…

ৰীল নহয়, পঞ্জাবত ৰিয়েল ড্ৰামা : আৰক্ষী বেষ্টনীৰ পৰা গুলীচালনা কৰি বিধায়কৰ পলায়ন

পঞ্জাবৰ আম আদমী পাৰ্টী (আপ)ৰ বিধায়ক হৰমীত পাঠানমাজৰা, যি ধৰ্ষণৰ অভিযোগত অভিযুক্ত, তেওঁ পুলিচ বেষ্টনীক পৰা পলায়ন কৰিছে। অভিযোগ অনুসৰি, আজি স্থানীয় থানালৈ নিয়াৰ সময়ত হৰমীত আৰু তেওঁৰ সংগীসকলে পুলিচৰ ওপৰত গুলীচালনা কৰিছিল। এই গুলীচালনাৰ…

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা নাগপুৰৰ পৰা কলকাতা অভিমুখী ইণ্ডিগোৰ বিমান

আজি নাগপুৰৰ পৰা কলকাতালৈ যোৱা ইণ্ডিগোৰ ফ্লাইট ৬ই৮১২ (IndiGo Flight 6E812) উৰা মৰাৰ কিছু সময়ৰ পিছতে এটা সম্ভাৱ্য পক্ষীৰ সৈতে সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছিল। এই বিপজ্জনক পৰিস্থিতিত পাইলটসকলে তৎক্ষণাৎ সতৰ্কতা প্ৰদৰ্শন কৰি বিমানখনক নাগপুৰ…

১৭ বছৰৰ মূৰত ভাৰতত বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপ, আয়োজক চহৰ নতুন দিল্লী

১৭ বছৰৰ পিছত বেডমিন্টন বিশ্ব চেম্পিয়নশ্বিপ পুনৰ ভাৰতত অনুষ্ঠিত হ’ব। ইতিহাসত এই দ্বিতীয়বাৰৰ বাবে ভাৰতে প্ৰতিষ্ঠিত টুৰ্ণামেণ্টৰ আয়োজন কৰিব। পূৰ্বে ২০০৯ চনত হায়দৰাবাদত এই টুৰ্ণামেণ্ট অনুষ্ঠিত হৈছিল। বেডমিন্টন বিশ্ব চেম্পিয়নশ্বিপে (বি…

টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা মিচেল ষ্টাৰ্কৰ

অষ্ট্ৰেলিয়াৰ ত্ৰাস সৃষ্টিকাৰী বেগী বলাৰ মিচেল ষ্টাৰ্কে টি-২০ আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে, যাতে তেওঁ অষ্ট্ৰেলিয়াৰ ২০২৬ৰ শেষৰ ফালে থকা টেষ্ট ক্ৰিকেটৰ ব্যস্ত সূচী আৰু ২০২৭ৰ এদিনীয়া বিশ্বকাপৰ ওপৰত মনোযোগ দিব পাৰে। ৩৫ বছৰীয়া…

গাজাত আক্রমণ অব্যাহত ইজৰাইলী সেনাৰ : বোমাত নিহত হামাছৰ মুখপাত্র, শীর্ষ কমাণ্ডাৰ আবু ওবাইদা

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : গাজাৰ পৰা সন্ত্রাসবাদী সংগঠন হামাছক নিশ্চিহ্ণ কৰাৰ লক্ষ্যৰে ইজৰাইলে আক্রমণ অব্যাহত ৰাখিছে৷ ইজৰাইলৰ প্রতিৰক্ষা মন্ত্রীয়ে প্রকাশ কৰা মতে, নিশা ইজৰাইলী সেনাই আকাশমার্গেৰে চলোৱা আক্রমণত হামাছৰ মুখপাত্র তথা শীর্ষ…