নিয়োগ বাৰ্তা ব’ৰ্ডাৰ ছিকিউৰিটী ফ’ৰ্চত ১,১২১টা হেড কনিষ্টবলৰ চাকৰি নিয়মীয়া বাৰ্তা Sep 2, 2025 🔹 আবেদনৰ অন্তিম তাৰিখ ২৩ ছেপ্টেম্বৰ ব’ৰ্ডাৰ ছিকিউৰিটী ফ’ৰ্চ (বিএছএফ)ত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷
গুৱাহাটী প্রাগজ্যোতিষ কলেজৰ প্রতিষ্ঠা দিৱস পালন, দীনেশ চন্দ্র গোস্বামীক পণ্ডিত তীর্থনাথ শর্মা, মলয়া গোস্বামীক… নিয়মীয়া বাৰ্তা Sep 2, 2025 গুৱাহাটীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ ৭২সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয় কর্তৃপক্ষই সাহিত্য–শিক্ষা–সংস্কৃতি ক্ষেত্রলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিজ্ঞানী তথা বিশিষ্ট সাহিত্যিক ড০ দীনেশ চন্দ্র গোস্বামীক…
দেশ বিদেশ উপ-ৰাষ্ট্রপতিৰ চৌহদ এৰি দিল্লীৰ ব্যক্তিগত ফার্ম হাউছলৈ জগদীপ ধনখড় নিয়মীয়া বাৰ্তা Sep 2, 2025 নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : দেশবাসীৰ মাজত চাঞ্চল্য সৃষ্টিৰে স্বাস্থ্যজনিত কাৰণত উপ–ৰাষ্ট্রপতি পদৰ পৰা পদত্যাগ কৰা জগদীপ ধনখড়ৰ প্রতিটো কর্মই এতিয়া চর্চাৰ বিষয় হৈ পৰিছে৷ শাসকীয় বিজেপিৰ প্রতি অভিমান কৰি প্রাক্তন কংগ্রেছী বিধায়ক হিচাপে পেন্সনৰ…
অসম মাৰ্ঘেৰিটা কলেজৰ প্ৰতিষ্ঠা দিৱস উদযাপন, অত্যাধুনিক আলোচনা কক্ষ মুকলি নিয়মীয়া বাৰ্তা Sep 2, 2025 মাৰ্ঘেৰিটা অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অতনু কাকতিয়ে পতাকা উত্তোলনৰে পাতনি মেলা কাৰ্যসূচীত স্মৃতি তৰ্পণ মুকলি কৰে উপাধ্যক্ষ ড° গৌতম…
অসম পিতৃ-মাতৃৰ সোঁৱৰণত আটকধুনীয়া তোৰণ নিৰ্মাণ : মাংগলিক নীতিৰে উদ্বোধন নিয়মীয়া বাৰ্তা Sep 2, 2025 কামাৰপাৰা নিৱাসী অৱসৰপ্ৰাপ্ত চৰকাৰী স্বীকৃতি প্ৰাপ্ত কৃতি শিক্ষক নবীন চন্দ্ৰ বৰ্মনে নিজ পিতৃ প্ৰয়াত দ্বাৰিকা চন্দ্ৰ বৰ্মন আৰু মাতৃ প্ৰয়াত সমলেশ্বৰী বৰ্মনৰ সোঁৱৰণত আটকধুনীয়া তোৰণ নিৰ্মাণ কৰি উলিয়ায়। কামাৰপাৰা হৈছে কোকৰাঝাৰ জিলাৰ…
দেশ বিদেশ ৩৫ বছৰৰ অপেক্ষা : মুকলি হ’ল কাশ্মীৰৰ সাৰদা ভৱানী মন্দিৰৰ সিংহদ্বাৰ নিয়মীয়া বাৰ্তা Sep 2, 2025 নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : ৯০ দশকৰ ৰক্তাক্ত সময় যেন অতীত হৈ গ’ল৷ লাহে লাহে জম্মু আৰু কাশ্মীৰত শান্তি আৰু শৃংখলাৰ ক্ষণ উভতি আহিছে৷ এনে এক ক্ষণেই প্রত্যক্ষ কৰা হৈছে৷ কাশ্মীৰৰ বাদগামত ৩৫ বছৰৰ মূৰকত মুকলি কৰা হ’ল সাৰদা ভৱানী মন্দিৰৰ সিংহদ্বাৰ৷…
গুৱাহাটী দীপৰ বিলৰ গড়ভগা-ৰাণী সংৰক্ষিত বনাঞ্চলৰ মাজেৰে নিৰ্মাণ হ’ব নতুন ৰেলপথ নিয়মীয়া বাৰ্তা Sep 2, 2025 গুৱাহাটী মহানগৰীৰ মাজেৰে থকা দুই লেনযুক্ত ৰে’ললাইনটোৰ বোজা কম কৰাৰ লক্ষ্যৰে দীপৰ বিলৰ সমীপৰ পৰা ৰাণী আৰু গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে সোণাপুৰৰ তেতেলীয়ালৈ ৰাষ্ট্রীয় ঘাইপথত বাইপাছৰ আর্হিত এটা নতুন ৰে’লপথ নির্মাণৰ সিদ্ধান্ত গ্রহণ কৰিছে…
ক্রীড়া-জগত কাইলৈ ৰাজ্যজুৰি ৪২সংখ্যক অভিৰুচি ক্রীড়া দিৱস নিয়মীয়া বাৰ্তা Sep 2, 2025 বিশেষ বাৰ্তা, ২ ছেপ্টেম্বৰ : অসমৰ প্রথমগৰাকী অর্জুন বঁটা বিজয়ী এথলীট ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস উপলক্ষে পালন কৰি অহা অভিৰুচি ক্রীড়া দিৱস এইবেলি ৪২সংখ্যক বর্ষত ভৰি দিছে৷ সেই উদ্দেশ্যে ৩ ছেপ্টেম্বৰত ৰাজ্যজুৰি অভিৰুচি ক্রীড়া দিৱস উদযাপনৰ ব্যাপক…
অসম শীঘ্রেই বৰাকতো আৰম্ভ হ’ব উচ্ছেদ অভিযান, মুখ্যমন্ত্রীৰ ঘোষণা নিয়মীয়া বাৰ্তা Sep 2, 2025 বাঙালী হিন্দু অসমীয়া হিন্দু বুলি একো নাই, সকলো হিন্দু এক ভাৰতৰ আইন–কানুন, সংস্কৃতি সকলো মানিব লাগিব বৰাকত থাকি বাংলাদেশৰ ৰেডিঅ’ শুনিলে নহ’ব ভাৰতৰ ৰেডিঅ’ শুনিব লাগিব বনাঞ্চল আৰু চৰকাৰী ভূমিত হোৱা বেদখলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে অব্যাহত…
অসম গোৱালপাৰাত আকৌ গৰজিল আৰক্ষীৰ বন্দুক, গুলীবিদ্ধ দুৰ্ধৰ্ষ ডকাইত ৰাজিবুল নিয়মীয়া বাৰ্তা Sep 2, 2025 বিশেষ বাৰ্তা, ২ ছেপ্টেম্বৰ : গোৱালপাৰাৰ মাটিয়াত এনকাউণ্টাৰ ৷ গুলীবিদ্ধ দুৰ্ধৰ্ষ ডকাইত ৰাজিবুল ইছলাম। যোৱানিশা ডকাইতৰ সন্ধানত অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) ঋতুৰাজ দলে আৰু মাটিয়াৰ OC নিপুমণি চৌধুৰীৰ নেতৃত্বত আৰক্ষীয়ে চলাইছিল অভিযান।…