HS-ৰ ফলাফলত কলা শাখাত ছাত্ৰক পিছ পেলাই ছাত্ৰীৰ আধিপত্য
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত এইবাৰ ছাত্ৰীয়ে ছাত্ৰক পিছ পেলাই আগবঢ়া দেখা গৈছে। Assam State School Education Board-এ প্ৰকাশ কৰা তথ্য অনুসৰি কলা শাখাত সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ ৭৯.৫৪ শতাংশ।
ইয়াৰ ভিতৰত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ…