অহা ২৫ জুনৰ পৰা বন্ধ হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান
বাৰিষা কালৰ আগমন আৰু বন্যজন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অহা ২৫ জুনৰ পৰা পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত পৰ্যটকৰ বাবে বন্ধ কৰা হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। এই বন্ধৰ সময়ছোৱাত উদ্যানখনৰ জীপ-চাফাৰী, হাতী চাফাৰী আৰু ৰাফটিং সম্পূৰ্ণৰূপে বন্ধ থাকিব।
বন বিষয়া প্ৰাঞ্জল তালুকদাৰে জনোৱা মতে, চলিত বৰ্ষত অভিলেখসংখ্যক প্ৰায় ৬০ হাজাৰ দেশী…
Read More...