২১ মে’পর্যন্ত ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ, জনালে কেন্দ্রীয় বতৰ বিজ্ঞান কেন্দ্রই
ডিজিটেল ডেস্ক, ১৬ মে’ : অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ কেইবাখনো ৰাজ্যত আগন্তুক কেইবাদিনলৈ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ অহা ২১ মে’লৈকে অসম আৰু মেঘালয়ত ধুমুহা, বৰষুণ, বজ্রপাত অহাৰ সম্ভাৱনাৰ কথা প্রকাশ কৰিছে কেন্দ্রীয় বতৰ বিজ্ঞান কেন্দ্রই৷
কেন্দ্রীয় বতৰ বিজ্ঞান কেন্দ্রই জনোৱা অনুসৰি এই সময়ছোৱাত উত্তৰ–পূবৰ কেইবাটাও অঞ্চলত প্রতিঘণ্টাত ৪০–৫০ কিলোমিটাৰ…
Read More...