এতিয়ালৈ নিৰ্বাপণ হোৱা নাই Sohum Emporia-ৰ জুই
গুৱাহাটী মহানগৰত Sohum Emporiaত ভয়ংকৰ অগ্নিকাণ্ড, কোটি-কোটি টকাৰ সম্পত্তি ভস্মীভূত
গুৱাহাটী মহানগৰত মঙলবাৰে মাজনিশা সংঘটিত হৈছে এক ধ্বংসাত্মক অগ্নিকাণ্ড। এবিচিস্থিত Sohum Emporia শ্বপিং মলত এই জুই লাগি মুহূৰ্ততে ভয়ংকৰ ৰূপ লয়। অট্টালিকাটোৰ চাৰি-ছটা মহলাকেই ছানি ধৰিছিল জুই, য’ত কোটি-কোটি টকাৰ সামগ্ৰী ভস্মীভূত হৈছে বুলি অনুমান কৰা হৈছে। সৌভাগ্যবশতঃ…
Read More...