জুবিন হত্যাৰ আজি প্রথম শুনানি, ভার্চুৱেলী হাজিৰ কৰা হ’ব ৭ অভিযুক্তক
ডিজিটেল ডেস্ক, ১৬ ডিচেম্বৰ : প্রাণৰ শিল্পী জুবিন গার্গৰ ন্যায় প্রাপ্তিৰ ক্ষেত্রত আৰু এখোজ আগবাঢ়িছে এছআইটি৷ কিয়নো হত্যাকাণ্ডৰ গোচৰৰ প্রথমটো শুনানি আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অনুষ্ঠিত হ’ব৷ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট, এছআইটিয়ে যোৱা ১২ ডিচেম্বৰত ১২,২৭০ পৃষ্ঠাজোৰা বৃহৎ কলেৱৰৰ অভিযোগনামা আদালতত দাখিল কৰিছিল৷…
Read More...