উগ্র সাম্প্রদায়িক ৰাজনীতি
শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিঞা সংগ্রহালয়, নীলা লুঙী, কলপতীয়া শাৰী, পাকিস্তান জিন্দাবাদ আদিক লৈ তীব্র বিতর্ক চলি থকাৰ সময়তে উগ্র সাম্প্রদায়িক বিষবাষ্প বিয়পাই দিবলৈ মুকলিকৈ ষড়যন্ত্রত লিপ্ত হৈছে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমল৷ মৌলানা আজমলে শনিবাৰে বৰাক উপত্যকাৰ এখন সভাত অভিযোগ কৰিছে যে ২০২১ৰ বিধানসভা নির্বাচনত যদিহে আকৌ বিজেপি ক্ষমতালৈ আহে…
Read More...