প্রাণঘাতী বায়ু প্রদূষণ
আগন্তুক দিনত পৃথিৱীত জলবায়ুৰ উষ্ণতা আৰু বায়ু প্রদূষণৰ ফলত অসংখ্য লোকে প্রাণ হেৰুৱাব৷ দুয়োটা কাৰক মানৱসৃষ্ট হিচাপে চিহ্ণিত হৈছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্রত গ্রীন হাউছ গেছ নির্গমনৰ বাবে জগৰীয়া মানৱজাতি৷ বিশেষকৈ পৃথিৱীক শোষণ কৰি মানুহে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ অগ্রসৰ হোৱাৰ লগে লগেই উদ্যোগ, কাৰখানা আদি প্রতিষ্ঠাৰ প্রসংগ আহি পৰে৷ কিন্তু এই…
Read More...