ট্রাম্পৰ পাৰমাণৱিক পৰীক্ষণ
আধুনিক বিশ্বত মানৱ জাতিৰ বাবে অতি বিপজ্জনক পাৰমাণৱিক অস্ত্র–শস্ত্র নির্মাণ বন্ধৰ বাবে সকলো দেশেই মান্তি হয় যদিও গোপনে এই পাৰমাণৱিক অস্ত্র নির্মাণ কৰি থকাটো মুক্ত সত্য৷ প্রথম বিশ্বযুদ্ধত আমেৰিকা যুক্তৰাষ্ট্রই জাপানৰ হিৰোছিমা আৰু নাগাছাকিত পৰমাণু বোমা নিক্ষেপ কৰাৰ পাছত তাৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি পৰমাণু অস্ত্র নিৰস্ত্রীকৰণ দেশসমূহে উদ্যোগ লৈ…
Read More...