নামে–বেনামে ৫ প্রতিষ্ঠানৰ নামত কোটি কোটি লুণ্ঠন শ্যামকানু–পত্নী অনিতাৰ
🔹 ফেষ্টিভেল মহন্তৰ বিয়াগোম বিত্তীয় কেলেংকাৰিৰ বিস্ফোৰক তথ্য
ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ অক্টোবৰ : ছিংগাপুৰত জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত এছআইটিয়ে অব্যাহত ৰখাৰ সময়তে সংস্কৃতিৰ দালাল শ্যামকানু মহন্ত আৰু তেওঁৰ পত্নী অনিতা ডেকা মহন্তৰ বিয়াগোম বিত্তীয় কেলেংকাৰিৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ দুয়ো নামে–বেনামে ৫টা প্রতিষ্ঠানৰ নামত বিগত সময়ছোৱাত কোটি কোটি টকা…
Read More...