বৰঝাৰৰ পৰা কাহিলিপাৰাৰ বাসগৃহলৈ হাৰ্টথ্ৰবৰ অন্তিম যাত্ৰা…
বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : মাতৃভূমিত জুবিন গাৰ্গ। নিজৰ প্ৰাণৰ ঘৰখনত ভৰি থ'লে অসমীয়াৰ প্ৰাণৰ শিল্পীয়ে। এটা অমৃতকণ্ঠ৷ প্রতিজন অসমীয়াৰ হূদয়ে হূদয়ে গুঞ্জৰিত হৈ আছে যাৰ সংগীতৰ সপ্তস্বৰ৷ মাতৃভূমিত ভৰি থৈয়ে যেন তেওঁ কৈ উঠিছে- মই এতিয়া আপোনালোকৰ ওচৰতে থাকিম।
যোৱানিশা ছিংগাপুৰৰ পৰা বিশেষ বিমানেৰে অসমীয়াৰ প্ৰাণৰ আপোন শিল্পীগৰাকীক দিল্লীলৈ অনা হয়। তাৰ…
Read More...