ৰাজ্যত প্রতিবেগ চিমেণ্টৰ দাম ৮ টকাকৈ বৃদ্ধি : জিএছটি হ্রাসৰ সিদ্ধান্তৰ পিছতে জনতাৰ মূৰত মাধমাৰ
🔹 শীঘ্রে পুনৰ ৬–১০ টকাকৈ বঢ়োৱাৰ গোপন তৎপৰতা
ডিজিটেল ডেস্ক, ৭ ছেপ্টেম্বৰ : চিমেণ্টৰ ওপৰত আৰোপিত কৰ হ্রাসেৰে জনসাধাৰণক সকাহ দিবলৈ জিএছটি কাউঞ্চিলে গ্রহণ কৰা সিদ্ধান্তৰ বিপৰীতে মুনাফা লুটাৰ অংকত নামিছে ব্যৱসায়িক গোষ্ঠী৷ জিএছটি কাউঞ্চিলৰ সিদ্ধান্তৰ পাছতে চূড়ান্ত মইমতালিৰে চিমেণ্ট লবীয়ে পৰহিৰে পৰা কার্যকৰী হোৱাকৈ নির্মাণ সামগ্রীবিধৰ দাম বৃদ্ধি কৰিছে৷…
Read More...