প্ৰাণৰ শিল্পীৰ সমাধিস্থলীত সুৰামত্ত যুৱক-যুৱতীৰ তাণ্ডৱ, যুৱতীসহ আটক ছয়
বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : সামান্যতমো কাণ্ডজ্ঞান নথকা একাংশ ভুৱা জুবিন অনুৰাগীৰ নীচ কৰ্ম-কাণ্ডই এতিয়া সকলোকে ক্ষুব্ধ কৰি তুলিছে। যোৱানিশা গুৱাহাটী মহানগৰীৰ উপকণ্ঠৰ সোণাপুৰৰ কমাৰকুছিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্যস্থলীত একাংশ ভুৱা জুবিনপ্ৰেমীৰ কৰ্মকাণ্ডই হতবাক কৰি তুলিছে। সুৰাৰ ৰাগিত মাতাল হৈ এই উদণ্ড যুৱক-যুৱতীৰ দলটোৱে প্ৰিয় শিল্পীৰ…
Read More...