পুৱতি নিশা কলিয়াভোমোৰা প্ৰথম দলঙত ভয়ংকৰ দুৰ্ঘটনা
ডিজিটেল ডেস্ক, ২৫ জানুৱাৰী : কলিয়াভোমোৰা প্ৰথম দলঙত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰই হেৰুৱাই দলঙৰ ৰেলিং ভাঙি ওলমি ৰ'ল এখন ট্ৰাক । পুৱতি নিশা প্ৰায় ৩.৩০ বজাত প্ৰথম দলঙৰ ৭ নম্বৰ খুঁটাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ।
গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখী বাহনখনে কলিয়াভোমোৰা দলঙৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিং ভাঙি ওলমি ৰয় সন্মুখভাগ । কন্টেইনাৰ থকা গাড়ীখনত…
Read More...