পাতল বায়ুৰ পৰাই উৎপাদন কৰিব পৰিচ্ছন্ন বিদ্যুৎ
🔹 বিদ্যুৎ উৎপাদনৰ অত্যাধুনিক পদ্ধতি
🔹 জার্নেল এডভাঞ্চড মেটেৰিয়েলত গৱেষণাৰ তথ্য
নিয়মীয়া বাৰ্তা, ৩ জুনঃ জীৱাশ্ম ইন্ধনৰ বিকল্প হিচাপে বিদ্যুৎ উৎপাদনৰ উৎসৰ সন্ধান বিজ্ঞানীসকলে কৰি আছে৷ জলবায়ু পৰিৱর্তনে বিদ্যুতৰ উৎসৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ সমান্তৰালকৈ পৰিচ্ছন্ন বিদ্যুতৰ ক্ষেত্রত আঘাতো হানিছে৷ বায়ুৰ আর্দ্রতাৰ পৰা বিজ্ঞানীৰ দলে বিদ্যুৎ উৎপাদনৰ পথ এটা…
Read More...