আমি স্বাধীনতা লাভ কৰিলোঁ যদিও সম্পূর্ণ স্বাধীন হ’ব পৰা নাইঃ দিগন্ত বিশ্ব শর্মা
🔷 হোজাই গার্লছ কলেজত স্বামী বিবেকানন্দৰ বিদেশ যাত্রা আৰু ভাৰতত তাৰ প্রভাৱ শীর্ষক বক্তৃতানুষ্ঠান
নিয়মীয়া বার্তা, ১ জুনঃ ভাৰত এখন আধ্যাত্মিক দেশ ৷ এই দেশত আধ্যাত্মিকতাৰ বাহিৰে আন একোৰে স্থান নাই ৷ আমি এতিয়াও ইউৰোপিয়ান সংস্কৃতি মতে জীৱন ধাৰণ কৰিয়ে আছোঁ ৷ আমি স্বাধীনতা লাভ কৰিলোঁ যদিও সম্পূর্ণৰূপে স্বাধীন হ’ব পৰা নাই ৷ –এই মন্তব্য বিশিষ্ট চিন্তাবিদ,…
Read More...