তালিবানৰ শাসনত ভয়াৱহ হ’ব পৰিস্থিতিঃ আফগানিস্তানত অপুষ্টিৰ গ্রাসত ২০ লক্ষাধিক শিশু
নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ আফগানিস্তানৰ ক্ষমতা পুনৰ তালিবানৰ দখললৈ যোৱাৰ সময়তেই দেশখনৰ পৰিস্থিতি অধিক জটিল হৈ পৰা বুলি এক প্রতিবেদনত প্রকাশ কৰিছে ৰাষ্ট্রসংঘৰ বিশ্ব খাদ্য আঁচনি (ডব্লিউ এফ পি)য়ে৷ আফগানিস্তানত খাদ্য নিৰাপত্তা আৰু পুষ্টিৰ পৰিস্থিতিৰ পর্যালোচনাৰ বাবে থকা ৰাষ্ট্রসংঘৰ সংস্থাই সদৰী কৰা অনুসৰি ভয়াৱহ খাদ্য সংকটৰ কবলত পৰিছে আফগানিস্তান৷
ভইচ অৱ…
Read More...