অনুমান কৰাতকৈ অধিক ব্যয়বহুল হৈ পৰিছে মধ্যপ্রাচ্যৰ যুদ্ধ
আমেৰিকাই ইৰানৰ বিৰুদ্ধে কৰা যুদ্ধ শাম কটাৰ কোনো ইংগিত স্পষ্ট হোৱা নাই৷ ইয়াৰ মাজতে পেণ্টাগনৰ এজন বিষয়াই ৰাজহুৱা কৰা তথ্যই সকলোৰে চকু কপালত তুলিছে৷ বিষয়াগৰাকীৰ মতে, অনুমান কৰাতকৈ অধিক ব্যয়বহুল হৈ পৰিছে মধ্যপ্রাচ্যৰ যুদ্ধ৷ ২৮ ফেব্রুৱাৰীত আমেৰিকাই ইজৰাইলৰ সহযোগত ইৰানত কৰা আক্রমণৰ পিছৰে পৰা বিগত দুমাহত আমেৰিকাৰ ২৯ বিলিয়ন মার্কিন ডলাৰ অর্থাৎ ভাৰতীয় টকাৰ…
Read More...