ডায়বেটিচ ৰোগ নিয়ন্ত্ৰণত আমৰ পাতৰ আছে বিশেষ ভূমিকা
নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ ডায়বেটিচ ৰোগীসকলৰ বাবে সুখবৰ। বহুতৰ ঘৰতেই এই ৰোগ নিয়ন্ত্ৰণ কৰাৰ সমাধান আছে। এবিধ ফলৰ পাততেই ইয়াৰ নিয়ন্ত্ৰণৰ ব্য়ৱস্থা আছে। সেয়া হৈছে আম ফলৰ পাত। আমৰ পাতত ভিটামিন চি আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। আমৰ পাতৰ পানী নিয়িমতভাৱে খালে ডায়বেটিচ ৰোগীসকলৰ বাবে বহুত ভাল।
আমপাতত (মেংগিফাৰিন) এনজাইম আলফা গ্লুকোচিডেজ আঁতৰ কৰাৰ…
Read More...