আজিৰ দিনটোৰ ৰাশিফল
মেষঃ কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ কোনো কাৰণে মনটো গধুৰ হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ শৰীৰ বৰ উন্নত নাথাকিব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ১৷
বৃষঃ ৰাজহুৱা কর্মত থকাসকলে সহানুভূতি লাভৰ সংবাদ৷ শৰীৰ কিছু উন্নত৷ দুই–এটা কামত বাধাৰ কাৰকতা৷ দিনৰ দুই বজাৰ পৰা কিছু উন্নত৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷
মিথুনঃ কর্মক্ষেত্রত শান্তিৰে কাম কৰিব…
Read More...