অটোচালক দেউতাকৰ অটোত উঠি ফেমিনা মিছ ইণ্ডিয়া ৰানাৰ্ছ আপ মান্যা সিং আহিল সম্বৰ্ধনা ল’বলৈ
নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ গ্লেমাৰ দুনিয়া কেৱল আর্থিকভাৱে স্বচ্ছল পৰিয়ালৰ বাবেই।- এই ধাৰণা মিছা বুলি প্ৰতিপন্ন কৰে উত্তৰপ্রদেশৰ মান্যা সিঙে। অটোচালকৰ জীয়ৰী মান্যাই এইবাৰ জয় কৰিছিল ফেমিনা মিছ ইণ্ডিয়া ৰানাৰ্ছ আপৰ মুকুট। আৰু দেশবাসীৰ আগত প্ৰদৰ্শন কৰিছিল সমস্ত প্রতিকূলতাক নেওচি স্বপ্ন পূৰণৰ পথ।
ফেমিনা মিছ ইণ্ডিয়া ৰানাৰ্ছ আপৰ খিতাপ জয়ৰ বাবে আজি…
Read More...