পিঁয়াজৰ ৰসৰ পৰা চুলি সৰা সমস্যাৰ পৰা সমাধান পাওক…
নিয়মীয়া বাৰ্তা ২৩ ফেব্ৰুৱাৰীঃ চুলি হৈছে সৌন্দৰ্যৰ প্ৰতীক। পুৰুষেই হওক অথবা মহিলাই হওক, চুলি যদি কমি যায় তেতিয়া আত্মবিশ্বাস কমি যোৱা যেন হয়। বিশেষকৈ মহিলা চুলিৰ প্ৰতি বহুত সচেতন, যাৰ বাবে মহিলাই চুলিৰ প্ৰতি বহুত যত্ন লয়। উল্লেখ কৰিব পাৰি যে ৰাসায়নিক দ্ৰব্য থকা চেম্পু ব্যৱহাৰ কৰিলে চুলি পকাৰ লগতে চুলি সৰি যায়। বৰ্তমান সময়ত বহু সমস্যাৰ সন্মুখীন হৈছে…
Read More...